ৰাজ্যৰ নতুন মন্ত্ৰীৰ মাজত কেতিয়া বিতৰণ কৰা হ'ব দপ্তৰ...? | Assam Cabinet: Four New Ministers to get Portfolio on Monday Assam news - Assam Tv9

Assam Cabinet : ৰাজ্যৰ নতুন মন্ত্ৰীৰ মাজত কেতিয়া বিতৰণ কৰা হ’ব দপ্তৰ…?

Updated On: 

07 Dec 2024 | 10:06 PM

সোমবাৰে ৰাজ্যৰ চাৰি নতুন মন্ত্ৰীক প্ৰদান কৰা হ'ব দপ্তৰ। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে,পুৰণি মন্ত্ৰীৰ দপ্ত কৰ্তন কৰি নতুন মন্ত্ৰীৰ মাজত বিতৰণ কৰা হ'ব দপ্তৰ।

1 / 5অহা সোমবাৰে ৰাজ্যৰ চাৰি নতুন মন্ত্ৰীক প্ৰদান কৰা হ'ব দপ্তৰ। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে,পুৰণি মন্ত্ৰীৰ দপ্ত কৰ্তন কৰি নতুন মন্ত্ৰীৰ মাজত বিতৰণ কৰা হ'ব দপ্তৰ।

অহা সোমবাৰে ৰাজ্যৰ চাৰি নতুন মন্ত্ৰীক প্ৰদান কৰা হ'ব দপ্তৰ। এই কথা জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে,পুৰণি মন্ত্ৰীৰ দপ্ত কৰ্তন কৰি নতুন মন্ত্ৰীৰ মাজত বিতৰণ কৰা হ'ব দপ্তৰ।

2 / 5

আজি বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল আৰু কৌশিক ৰায়ে ৰাজ্যৰ নতুন মন্ত্রী হিচাপে শপতগ্ৰহণ কৰে । এই চাৰিও গৰাকীকে শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই

3 / 5

চাৰিগৰাকী মন্ত্ৰীৰ মাজত দপ্তৰ বিতৰণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ৰাজ্যৰ প্ৰতিখন জিলা হিচাপত অভিভাৱক মন্ত্ৰী দিয়াত অসুবিধা সৃষ্টি হৈছিল । একেদৰে বহু মন্ত্ৰীয়ে অতিৰিক্ত বিভাগৰো দায়িত্ব চম্ভালিছিল ।

4 / 5

তেওঁ লগতে উল্লেখ্য যে, তেওঁ নিজৰ হাততো অতিৰিক্ত বিভাগ আছে । এই সমস্যা নাইকীয়া কৰিবৰ বাবে আৰু প্ৰতিটো বিভাগে যাতে ন্যায় পায় তাৰ বাবে চাৰিগৰাকী বিধায়কক নতুনকৈ মন্ত্ৰীত্ব দিয়া হৈছে ।

5 / 5

লগতে চাৰিওজন মন্ত্রীৰ আগমনে ৰাজ্য মন্ত্রীসভাখন সফল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সমান্তৰালভাৱে তেওঁ জানিবলৈ দিছে যে, সোমবাৰে তথা পৰহি নতুন মন্ত্ৰী কেইজনৰ মাজত বিতৰণ কৰা হ'ব দপ্তৰ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...