মৰ্মান্তিক! পথাৰত গৰু আনিবলৈ যাওঁতে পশুধনসহ ব্ৰজপাত পৰি মৃত্যু এজন ব্যক্তিৰ Assam news - Assam Tv9

মৰ্মান্তিক! পথাৰত গৰু আনিবলৈ যাওঁতে পশুধনসহ ব্ৰজপাত পৰি মৃত্যু এজন ব্যক্তিৰ

Published: 

07 May 2024 | 12:16 PM

ৰুষ্ট হৈছে প্ৰকৃতি! শনিবাৰৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ইটোৰ পিছত সিটো শোকাৱহ ঘটনা।

1 / 5প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ।

প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ।

2 / 5

নেৰেনেপেৰা বৰষুণৰ বাবে ৰাজ্যৰ ভিন্ন স্থানত ঘটিছে অপ্ৰীতিকৰ ঘটনা।

3 / 5

জানিব পৰা মতে,সোমবাৰে কাছাৰৰ কাটিগড়াৰ গুমৰা চাহ বাগিচা আৰু ভাৰত বাংলাদেশ সীমান্তৰ লেবাৰপুতাত ব্ৰজপাতত পশুধন সহ দুজনৰ মৃত্যু হয়।

4 / 5

5 / 5

খবৰ অনুসৰি, কলগাছিয়াতো বজ্ৰপাত পৰি মৃত্যু এগৰাকী শিক্ষাৰ্থীৰ

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...