ৰাজ্যৰ ১৯খন জিলাৰ বাবে ৯৪৪টা স্নাতক শিক্ষকৰ পদ সৃষ্টি... | assam 944 post for graduate teacher see in details Assam news - Assam Tv9

ৰাজ্যৰ ১৯খন জিলাৰ বাবে ৯৪৪টা স্নাতক শিক্ষকৰ পদ সৃষ্টি…

Published: 

09 Jul 2025 | 09:28 PM

ভাল খবৰ। অসমৰ ১৯ খন জিলাৰ বাবে ৯৪৪ টা স্নাতক শিক্ষকৰ পদ সৃষ্টি হৈছে। মাধ্যমিক সঞ্চালকালয়ে সদৰি কৰিছে এই তথ্য। ইয়াৰ সহায়ত খালী থকা পদ পূৰণ কৰা হ'ব।

1 / 5ৰাজ্যৰ একাংশ শিক্ষকৰ বাবে ভাল খবৰ! অসমৰ ১৯ খন জিলাৰ বাবে ৯৪৪ টা স্নাতক শিক্ষকৰ পদ সৃষ্টি হৈছে। গতিকে একাংশৰ বাবে ই আশাৰ ৰেঙণি কঢ়িয়াই আনিব।

ৰাজ্যৰ একাংশ শিক্ষকৰ বাবে ভাল খবৰ! অসমৰ ১৯ খন জিলাৰ বাবে ৯৪৪ টা স্নাতক শিক্ষকৰ পদ সৃষ্টি হৈছে। গতিকে একাংশৰ বাবে ই আশাৰ ৰেঙণি কঢ়িয়াই আনিব।

2 / 5

ৰাজ্যৰ চাহ বাগিচা আদৰ্শ বিদ্যালয়ত থকা জিলাত সৃষ্টি এই পদসমূহ। তথ্য অনুসৰি ৰাজ্যৰ ১৯ খন জিলাত আছে ১১৮ খন চাহ বাগিচা আদৰ্শ বিদ্যালয়। গতিকে ইয়াতেই দিয়া হ'ব নিযুক্তি।

3 / 5

প্ৰতিখন আদৰ্শ বিদ্যালয়ত সৃষ্টি ৮ টাকৈ স্নাতক শিক্ষকৰ পদ। বৰ্তমা সময়ত কৰ্মৰত শিক্ষকসকলক নিযুক্তি দিয়া হ'ব এই সমূহত। এই শিক্ষকসমূহে পূৰ্বতে কৰ্মৰত আছিল অন্য বিদ্যালয়ত।

4 / 5

শিক্ষকসকলক দৰমহা প্ৰদানৰ বাবে চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিত্তীয় ক্ষমতা প্ৰদান কৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে সদৰি কৰিছে এই তথ্য।

5 / 5

শিক্ষকসকলক দৰমহা প্ৰদানৰ বাবে চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰধান শিক্ষকক বিত্তীয় ক্ষমতা প্ৰদান কৰা হৈছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে সদৰি কৰিছে এই তথ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...