উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল... | Arvind Kejriwal and Key AAP Leaders to Campaign in Assam By-Election 2024 Assam news - Assam Tv9

Assam By-Election 2024 : উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল…

Updated On: 

26 Oct 2024 | 05:38 PM

ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে আপে । প্ৰকাশ কৰা তালিকা অনুসৰি, আপৰ ২৮ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতাই অসমত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাব ।

1 / 5বিহালী, চামগুৰিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব আম আদমী পাৰ্টিৰ মুৰব্বী আৰবিন্দ কেজৰিৱাল । ইতিমধ্যে ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে আপে ।

বিহালী, চামগুৰিত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহিব আম আদমী পাৰ্টিৰ মুৰব্বী আৰবিন্দ কেজৰিৱাল । ইতিমধ্যে ৰাজ্যৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ কৰিছে আপে ।

2 / 5

প্ৰকাশ কৰা তালিকা অনুসৰি, আপৰ ২৮ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতাই অসমত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাব ।

3 / 5

আপৰ মুৰব্বী কেজৰিৱালৰ উপৰিও উপ-নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ।

4 / 5

তদুপৰি মনীষ ছিছ'দিয়া, হৰভজন সিং, ৰাঘৱ চাদ্দা আৰু সঞ্জয় সিঙৰ দৰে নেতাৰ নাম আপৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত দেখা গৈছে ।

5 / 5

আপে প্ৰকাশ কৰা ৪০ জনীয়া তালিকাত ২৮ গৰাকী ৰাষ্ট্ৰীয় নেতাৰ নাম উল্লেখ কৰিছে । প্ৰকাশিত খবৰ অনুসৰি, ড০ সন্দীপ পাঠক, জেছমিন শ্বাহ, গোপাল ৰায়, ইমৰাণ হুছেইন, ৰাজেশ শৰ্মা অসমৰ উপ-নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত আছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...