৭ দিনৰ ভিতৰত খুজিব লাগিব ক্ষমা, নহ'লে...: দিগন্ত ভাৰতীক অপমান কৰাক লৈ মানস ৰবীনৰ ক্ষোভ | artist manas robin reaction on digant bharati chanmari bihu programme incident Assam news - Assam Tv9

৭ দিনৰ ভিতৰত খুজিব লাগিব ক্ষমা, নহ’লে…: দিগন্ত ভাৰতীক অপমান কৰাক লৈ মানস ৰবীনৰ ক্ষোভ

Updated On: 

19 Apr 2025 | 02:55 PM

কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰাক লৈ ক্ষোভত জ্বলিছে শিল্পী সমাজ। কোৰ ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মঞ্চৰ পৰাই মানস ৰবীনৰ হুংকাৰ৷ ৭ বিহুৰ ভিতৰতে চানমাৰি বিহু সন্মিলনক ক্ষমা খোজাৰ দাবী মানস ৰবীনৰ।

1 / 5বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰাক ক্ষোভত জ্বলিছে শিল্পী সমাজ। বিভিন্নজনৰ কটু বাক্যৰ সন্মুখীন হৈছে বিহু কমিটী।

বিহু মঞ্চত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰাক ক্ষোভত জ্বলিছে শিল্পী সমাজ। বিভিন্নজনৰ কটু বাক্যৰ সন্মুখীন হৈছে বিহু কমিটী।

2 / 5

মঞ্চৰ পৰাই দিগন্ত ভাৰতীক কৰা অপমানৰ বাবে ক্ষমা খোজাৰ দাবী একাংশ জনপ্ৰিয় কণ্ঠশিল্পীৰ। সামাজিক মাধ্যমযোগে বিভিন্নজনৰ বিভিন্ন মন্তব্য।

3 / 5

ইফালে বকোৰ ছমৰীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ মঞ্চৰ পৰাই মানস ৰবীনৰ হুংকাৰ৷ ৭ বিহুৰ ভিতৰতে চানমাৰি বিহু সন্মিলনক ক্ষমা খোজাৰ দাবী মানস ৰবীনৰ।

4 / 5

বিহু কমিটীয়ে ক্ষমা নুখুজিলে কেতিয়াও চানমাৰিৰ বিহুমঞ্চত গান গাবলৈ নাযায় বুলি ক'লে কণ্ঠশিল্পীগৰাকীয়ে। ইয়াব বাবে ৭ দিনৰ সময় বান্ধি দিলে চান্দমাৰী বিহু সন্মিলনীক।

5 / 5

উল্লেখ্য যে, বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী। তাতে মঞ্চত মাতি নি শিল্পীগৰাকীৰ হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...