জন্ম হ’ব এখন নতুন দেশ! ভাৰতৰ ওচৰত কোনে চলাইছে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰস্তুতি…
ভাৰতৰ ওচৰত হ'ব নেকি এখন নতুন দেশ? এই প্ৰশ্নটোৱে এতিয়া বহুতৰ মাজত শংকা বৃদ্ধি কৰিছে। কিয়নো আৰাকান আৰ্মীয়ে স্বাধীনতা লাভ লক্ষ্য বান্ধি আগুৱাই আহি আছে। ইতিমধ্যে বাংলাদেশৰ সীমান্তত নিজৰ আধিপত্য বিস্তাৰ কৰিছে আৰাকান সেনাই।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5