আনুষ্ঠানিকভাৱে অসম মহিলা আয়োগৰ অধ্যক্ষা দায়িত্ব গ্ৰহণ আঙুৰলতাৰ | Angoorlata Deka Takes Charge as new chairperson of Assam State Commission for Women Assam news - Assam Tv9

প্ৰথমে মাংগলিক কাৰ্য, আনুষ্ঠানিকভাৱে অসম মহিলা আয়োগৰ অধ্যক্ষা দায়িত্ব গ্ৰহণ আঙুৰলতা ডেকাৰ

Published: 

11 Aug 2025 21:50 PM

অসম মহিলা আয়োগৰ অধ্যক্ষা হিচাপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ আঙুৰলতা ডেকাৰ। মহিলা আয়োগৰ অধ্যক্ষৰ দায়িত্ব লৈ মহিলা আয়োগক সক্ৰিয় কৰাৰ সংকল্প আঙুৰলতা ডেকাৰ।

1 / 5প্ৰথমে মাংগলিক কাৰ্যসূচী, ইয়াৰ পাছতে অসম মহিলা আয়োগৰ অধ্যক্ষা হিচাপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ আঙুৰলতা ডেকাৰ। মহিলা আয়োগৰ অধ্যক্ষৰ দায়িত্ব লৈ মহিলা আয়োগক পুনৰুজ্জীৱিত কৰাৰ সংকল্প আঙুৰলতা ডেকাৰ।

প্ৰথমে মাংগলিক কাৰ্যসূচী, ইয়াৰ পাছতে অসম মহিলা আয়োগৰ অধ্যক্ষা হিচাপে আনুষ্ঠানিক দায়িত্ব গ্ৰহণ আঙুৰলতা ডেকাৰ। মহিলা আয়োগৰ অধ্যক্ষৰ দায়িত্ব লৈ মহিলা আয়োগক পুনৰুজ্জীৱিত কৰাৰ সংকল্প আঙুৰলতা ডেকাৰ।

2 / 5

মহিলাসকলৰ প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত অসম মহিলা আয়োগ কাষত থকাৰ প্ৰতিশ্ৰুতি অঙুৰলতা ডেকাৰ। দায়িত্ব গ্ৰহণ কৰি মহিলাসকলৰ জমা হৈ থকা গোচৰসমূহো শীঘ্ৰে নিষ্পত্তিৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে শীঘ্ৰে আলোচনাত মিলিত হোৱাৰ কথা সদৰী আঙুৰলতা ডেকাৰ।

3 / 5

১০-১৫ দিনৰ ভিতৰত মহিলাৰ বাবে হেল্প লাইন নম্বৰ আৰু ৱাটছ আপ নম্বৰ মুকলি কৰাৰ আশ্বাস দিয়ে আঙুৰলতা ডেকাই। তেওঁ কয় যে, মহিলা আয়োগত বহু কৰিবলগীয়া কাম আছে। সকলো কাম পৰ্যায় ক্ৰমে আগবঢ়াই নিয়া হ'ব বুলি কয় আঙুৰলতা ডেকাইয

4 / 5

একে সময়তে নাৰী সৰবৰাহৰ বিৰুদ্ধেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আশ্বাস দিছে আঙুৰলতা ডেকাই। ইতিমধ্যে বহুকেইটা NGOৰ লগত কথা পতাৰ কথা সদৰী কৰিছে আঙুৰলতা ডেকাই।

5 / 5

ইফালে, মহিলা আয়োগৰ দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে ৰাজনীতিৰ ক্ষেত্ৰতো আগুৱাই যোৱাৰ কথা সদৰী কৰিছে আঙুৰলতা ডেকাই ৷

মহিলাসকলে ডিঙিত হনুমানৰ লকেট থকা চেইন পিন্ধিব পাৰেনে?
কিয় মহিলাসকলক বজৰংবলীৰ মূৰ্তি স্পৰ্শ কৰিব নিদিয়ে? আঁৰৰ কাৰণ জানক
মুদ্ৰাস্ফীতিয়ে কোঙা কৰা পাকিস্তানত এটা ৰুটিৰ দাম কিমান জানেনে?
২১ আগষ্টৰ লক্ষ্মী-নাৰায়ণ ৰাজযোগ! কপাল ফুলিব এই ৰাশিৰ লোকৰ...