বচ্চন পৰিয়ালৰ ফ্ৰেমত ৪৩ হাজাৰ কোটি টকাৰ মালিক ! তেওঁ কোন জানেনে? | Anant Ambani Radhika Merchant Wedding: Nikhil Nanda In Bachchan Family, He Is Owner Of 43000 Crore Rs Company Assam news - Assam Tv9

বচ্চন পৰিয়ালৰ ফ্ৰেমত ৪৩ হাজাৰ কোটি টকাৰ মালিক ! এই ব্যক্তিজন কোন জানেনে ?

Published: 

13 Jul 2024 | 08:31 PM

যদিও তেওঁ বচ্চন পৰিয়ালৰ সদস্য, তথাপিও তেওঁ সদায় সাধাৰণ জীৱন যাপন কৰি আহিছে । তেখেক কোনো অনুষ্ঠানত সাধাৰণতে দেখা পোৱা নাযায় । অৱশ্যে আম্বানীৰ বিবাহ অনুষ্ঠানত বচ্চন পৰিয়ালৰ ফ্ৰেমত দেখা গৈছিল নিখিল নন্দক।

1 / 8দেশৰ আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল বিবাহ অনুষ্ঠান ! অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ আহিল বলীউডৰ পৰা হলিউডলৈকে ডাঙৰ ডাঙৰ তাৰকা । এই অনুষ্ঠানত উপস্থিত নাছিল দেশ-বিদেশৰ ৰাজনৈতিক নেতা সকলো।

দেশৰ আটাইতকৈ ডাঙৰ আৰু ব্যয়বহুল বিবাহ অনুষ্ঠান ! অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়ালৈ আহিল বলীউডৰ পৰা হলিউডলৈকে ডাঙৰ ডাঙৰ তাৰকা । এই অনুষ্ঠানত উপস্থিত নাছিল দেশ-বিদেশৰ ৰাজনৈতিক নেতা সকলো।

2 / 8

বিয়া আহিল বচ্চন পৰিয়াল । অমিতাভ বচ্চনে পত্নী জয়া বচ্চন, পুত্ৰ অভিষেক বচ্চন, কন্যা শ্বেতা নন্দ, নাতি অগস্ত্য নন্দ আৰু নাতিনীয়েক নব্য নোভেলি নন্দৰ সৈতে অনন্ত-ৰাধিকাৰ বিয়াৰ অভ্যৰ্থনাত উপস্থিত হয়।

3 / 8

বচ্চন পৰিয়ালৰ ফ্ৰেমত আন এজন বিশেষ ব্যক্তিক দেখা গৈছিল । কোন এই ৰহস্যময় ব্যক্তিজন ? তেওঁৰ পৰিচয় কি?

4 / 8

সেই ব্যক্তিজন আন কোনো নহয় বিগ বিৰ জোঁৱাই অৰ্থাৎ শ্বেতা বচ্চনৰ স্বামী নিখিল নন্দ।

5 / 8

নিখিল নন্দ কোনো সাধাৰণ মানুহ নহয়। এক্সকট কুবোটা লিমিটেড নামৰ কোম্পানীৰ মালিক নিখিল ।

6 / 8

এই কোম্পানীয়ে ট্ৰেক্টৰ আৰু পাৰ্টচ তৈয়াৰ কৰে । বিএছইৰ তথ্য অনুসৰি এই কোম্পানীটোৰ বজাৰ মূল্য ৪৩ হাজাৰ কোটি টকাতকৈও অধিক।

7 / 8

কুবোটা কোম্পানীৰ এটা শ্বেয়াৰৰ মূল্য ৩৯১১.৮০ টকা।

8 / 8

কোনো অনুষ্ঠানত তেওঁ সহজে দেখা পোৱা নাযায় । অৱশ্যে আম্বানীৰ বিবাহ অনুষ্ঠানত বচ্চন পৰিয়ালৰ ফ্ৰেমত দেখা গৈছিল নিখিল নন্দক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...