Sangeet: বহু হিট গীতেৰে অনুৰাগীৰ মন মুহিলে জাষ্টিন বিবাৰে | Anant Ambani-Radhika Merchant Sangeet Justin Bieber Assam news - Assam Tv9

Anant Ambani-Radhika Merchant Sangeet: হিট গীতেৰে অনুৰাগীৰ মন মুহিলে জাষ্টিন বিবাৰে

Published: 

09 Jul 2024 | 06:22 PM

Justin Bieber : ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ বিবাহৰ উপলক্ষে সংগীত অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় আন্তঃৰাষ্ট্ৰীয় পপষ্টাৰ জাষ্টিন বিবাৰক। এই তাৰকাময় অনুষ্ঠানৰ ৰোমাঞ্চকৰ ছবি চাওক!

1 / 9অতি সোনকালে হ’বলগীয়া দৰা-কইনাৰ কাষত জাষ্টিন বিবাৰ।

অতি সোনকালে হ’বলগীয়া দৰা-কইনাৰ কাষত জাষ্টিন বিবাৰ।

2 / 9

জাষ্টিন বিবাৰে পৰিধান কৰিছিল বগা ভেষ্ট আৰু পাফাৰ কোট পিন্ধি বেগী ক’লা ট্ৰাউজাৰ ।

3 / 9

সংগীত অনুষ্ঠানৰ পূৰ্বে জাষ্টিন বেবাৰ আৰ অনন্ত আম্বানী ।

4 / 9

পপ গায়কজনক এবাৰ কাষতে পোৱাৰ লগে লগে অনুৰাগীসকলে চুই চাবলৈ হেঁপাহ কৰে । এই অনুৰাগী সকলক অতি সৌভাগ্যৱান বুলি ক'ব লাগিব ।

5 / 9

ৰাধিকা মাৰ্চেণ্ট আৰু অনন্ত আম্বানীৰ সংগীতত অতিথিসকলৰ সৈতে গান গাই জাষ্টিন বিবাৰে

6 / 9

'ৱান লেছ ল'নলি গাৰ্ল'ৰ গীতটো জাষ্টিনৰ সৈতে গায় অৰীয়ে ।

7 / 9

অনুৰাগী সকলক অত্যন্ত ভাল অনুষ্ঠান উপহাৰ দিছিল জাষ্টিন বিবাৰে ।

8 / 9

বেবী, ৱান লেছ ল’নলি গাৰ্ল আৰু বয়ফ্ৰেণ্ডৰ দৰে হিট গীত গাইছিল জাষ্টিন বিবাৰে ।

9 / 9

আম্বানীৰ সংগীতত জাষ্টিনৰ গীতৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে বহু অনুৰাগীয়ে ভিৰ কৰিছিল ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...