চিৰা পিঠাৰে হেপাঁহৰ ৰঙালীক আদৰাৰ আয়োজন ঘৰে ঘৰে, বিহুলৈ সাজু অমৃতা গগৈ Assam news - Assam Tv9

চিৰা পিঠাৰে হেপাঁহৰ ৰঙালীক আদৰাৰ আয়োজন ঘৰে ঘৰে, বিহুলৈ সাজু অমৃতা গগৈ

Edited By: 

Parul Rawat | Updated On: 21 May 2024 | 02:05 PM

নিজৰ প্ৰতিভাৰে অসমবাসীৰ হৃদয়ত স্থান দখল কৰিছে অমৃতাই। সকলোৱে ভাল পায় অমৃতাৰ অভিনয়।

1 / 5নঙলা পাৰ হৈ আহিল হেঁপাহৰ ৰঙালী বিহুটি। বিহুক লৈ সাজু কণ্ঠশিল্পীৰ লগতে অভিনেতা-অভিনেত্ৰীসকল।

নঙলা পাৰ হৈ আহিল হেঁপাহৰ ৰঙালী বিহুটি। বিহুক লৈ সাজু কণ্ঠশিল্পীৰ লগতে অভিনেতা-অভিনেত্ৰীসকল।

2 / 5

বিহুৰ পূৰ্বে সামাজিক মাধ্যমত ফটো আপলোড কৰিছে অমৃতা গগৈ। অমৃতা গগৈ অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

3 / 5

সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিছে- 'চিৰা পিঠাৰে হেপাঁহৰ ৰঙালীক আদৰাৰ আয়োজন এতিয়া ঘৰে ঘৰে'

4 / 5

ছচিয়েল মিডিয়াতো সক্ৰিয় হৈ থাকে অমৃতা গগৈ। অমৃতাই সামাজিক মাধ্যমত আপলোড কৰা ফটোত অনুৰাগীয়ে দিছে যথেষ্ঠ মৰম।

5 / 5

নিজৰ প্ৰতিভাৰে অসমবাসীৰ হৃদয়ত স্থান দখল কৰিছে অমৃতাই। সকলোৱে ভাল পায় অমৃতাৰ অভিনয়। বিহুত বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰিবলৈ সাজু হৈছে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...