Amarnath yatra 2024: প্ৰথমটো তীৰ্থ যাত্ৰীৰ দল ৰাওনা বাবা অমৰনাথৰ দৰ্শনৰ বাবে
আজিৰ পৰা আৰম্ভ অমৰনাথ যাত্ৰা। ইতিমধ্যে প্ৰথমটো তীৰ্থ যাত্ৰীৰ দল .ৰাওনা হৈছে বাবৰ দৰ্শন কৰিবলৈ। এইবাৰ প্ৰায় ৪ লাখলোকে অমৰনাথ যাত্ৰাৰ বাবে পঞ্জীয়ন কৰিছে। এই যাত্ৰা সুকলমে পাৰ কৰাৰ বাবে জম্মু-কাশ্মীৰ প্ৰশাসনে সকলো ব্যৱস্থা কৰিছে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5