ৰাজ্যৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এআইইউডিএফে... | AIUDF not to contest in By-Elections in Assam Assam news - Assam Tv9

By-Elections : লক্ষ্য পঞ্চায়ত, ২০২৬ ৰ নিৰ্বাচন ! ৰাজ্যৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এআইইউডিএফে…

Updated On: 

22 Oct 2024 | 09:44 PM

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এ আই ইউ ডি এফ দলে । লগতে এ আই ইউ ডি এফে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দিশৰ পৰা প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰিছে দলটোৰ নেতৃত্বই ।

1 / 5ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এ আই ইউ ডি এফ দলে । আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে এ আই ইউ ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলামে ।

ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে এ আই ইউ ডি এফ দলে । আনুষ্ঠানিকভাৱে এই কথা সদৰী কৰিছে এ আই ইউ ডি এফৰ সাংগঠনিক সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলামে ।

2 / 5

ৰাজনৈতিক মহলত চৰ্চা হৈছিল যে, চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এ আই ইউ ডি এফে । কিন্তু শেষত দলৰ নেতৃত্বই প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

3 / 5

দলটোৰ সাধাৰণ সম্পাদক গৰাকীয়ে এই কথাও সদৰী কৰিছে যে, পাঁচটা সমষ্টিৰ কোনো এটা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ বাবে দলটোৰ ক'ৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল । কিন্তু বৰ্তমান আলোচনাৰ পাছত কোনো সমষ্টিতে প্ৰাৰ্থীত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

4 / 5

দলটোৰ এই সিদ্ধান্তৰ বাবে সকলো দলীয় কৰ্মীৰ লগতে বুদ্ধিজীৱীৰ পৰামৰ্শও গ্ৰহণ কৰা হৈছিল বুলি মন্তব্য প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ নেতৃত্বই ।

5 / 5

লগতে এ আই ইউ ডি এফে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দিশৰ পৰা প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰিছে দলটোৰ নেতৃত্বই ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...