গ্ৰাহকৰ বাবে সুখবৰঃ আহিছে নতুন প্লেন, মাত্ৰ ৯ টকাতে পাব আনলিমিটেড ডাটা Assam news - Assam Tv9

গ্ৰাহকৰ বাবে সুখবৰঃ আহিছে নতুন প্লেন, মাত্ৰ ৯ টকাতে পাব আনলিমিটেড ডাটা

Published: 

21 Jun 2024 | 09:39 PM

বহুল প্ৰচলিত টেলিকম কোম্পানী এয়াৰটেলে গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে এক নতুন প্লেন। এই প্লেনৰ মূল্য হ’ব মাত্ৰ ৯ টকা। এই ৯ টকা মূল্যৰ প্লেনতে এতিয়া কোম্পানীটোৱে ইয়াৰ প্ৰিপেইড সেৱা ব্যৱহাৰকাৰীসকলক প্ৰদান কৰিব আনলিমিটেড ডাটাৰ সুবিধা। গ্ৰাহকসকলে কিদৰে এই প্লেনৰ সুবিধা লাভ কৰিব জানো আহক।

1 / 5এয়াৰটেলে প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে কম মূল্যৰ ৰিচাৰ্জ প্লেন। এই এয়াৰটেল প্লেনৰ দাম মাত্ৰ ৯ টকা আৰু এই প্লেনত কোম্পানীটোৱে আনলিমিটেড হাই স্পীড ডাটাও আগবঢ়াইছে।

এয়াৰটেলে প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে কম মূল্যৰ ৰিচাৰ্জ প্লেন। এই এয়াৰটেল প্লেনৰ দাম মাত্ৰ ৯ টকা আৰু এই প্লেনত কোম্পানীটোৱে আনলিমিটেড হাই স্পীড ডাটাও আগবঢ়াইছে।

2 / 5

কোম্পানীটোৰ অফিচিয়েল চাইটত ৰিচাৰ্জৰ বাবে তালিকাভুক্ত কৰা হৈছে এয়াৰটেল ৯ প্লেন। এই ৯ টকীয়া এয়াৰটেল প্লেনত পিছে আছে এক বিশেষ টুইষ্ট।

3 / 5

এই ৯ টকীয়া এয়াৰটেল প্লেনটো ১০ জিবি FUP Limit ডাটা উপলব্ধ। অৰ্থাৎ আপুনি ১০ জিবি পৰ্যন্ত হাই-স্পীড ডাটাৰ সুবিধা লাভ কৰিব। এই সীমা অতিক্ৰম কৰাৰ পিছত ইণ্টাৰনেটৰ গতি ৬৪kbpsলৈ হ্ৰাস পাব।

4 / 5

৯ টকাৰ এই প্ৰিপেইড প্লেনত এয়াৰটেল ব্যৱহাৰকাৰীসকলে ১ ঘণ্টাৰ বৈধতা লাভ কৰিব। অৰ্থাৎ ৬০ মিনিটৰ বাবে সীমাহীন ডাটা লাভ কৰিব গ্ৰাহকসকলে।

5 / 5

অৱশ্যে এই ৯ টকীয়া এয়াৰটেল প্ৰিপেইড প্লেনৰ দ্বাৰা গ্ৰাহকসকলে বিনামূলীয়া আনলিমিটেড কলিং বা এছ এম এছৰ সুবিধা লাভ নকৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...