নিশা জুবিন ক্ষেত্ৰত শিল্পী মানস ৰবীন, SOP প্ৰত্যাহাৰৰ বাবে চৰকাৰক জনালে আহ্বান | After 11 PM, artist Manas Robin was present at zubeen Garg's memorial. Assam news - Assam Tv9

নিশা জুবিন ক্ষেত্ৰত শিল্পী মানস ৰবীন, SOP প্ৰত্যাহাৰৰ বাবে চৰকাৰক জনালে আহ্বান

Updated On: 

26 Oct 2025 | 07:21 AM

নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত সংগীত শিল্পী মানস ৰবীন। চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক SOP প্ৰত্যাহাৰৰ বাবে জনালে আহ্বান।

1 / 5জুবিন ক্ষেত্ৰৰ বাবে চৰকাৰৰে SOPৰ জাৰি কৰিছে। ইয়াৰ বিৰুদ্ধে ক্ষোভ একাংশ অনুৰাগীৰ।

জুবিন ক্ষেত্ৰৰ বাবে চৰকাৰৰে SOPৰ জাৰি কৰিছে। ইয়াৰ বিৰুদ্ধে ক্ষোভ একাংশ অনুৰাগীৰ।

2 / 5

শনিবাৰে নিশা ১১ বজাৰ পিছত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত শিল্পী মানস ৰবীন।

3 / 5

নিশা সোণাপুৰৰ জুবিন ক্ষেত্ৰত সংগীত শিল্পী মানস ৰবীন। চৰকাৰৰ লগতে মুখ্যমন্ত্ৰীক SOP প্ৰত্যাহাৰৰ বাবে জনালে আহ্বান।

4 / 5

তেওঁ কয়, 'জুবিন গাৰ্গৰ বাবে কোনো SOPৰ প্ৰয়োজন নাই। অপ্ৰয়োজনীয় ভাৱে একাংশ লোকক দি ৰখা সুৰক্ষা কৰ্মীক আঁতৰাই জুবিন ক্ষেত্ৰত নিয়োগ কৰক।'

5 / 5

'এনে সিদ্ধান্ত চৰকাৰে ব্যক্তিগত ভাৱে ল'ব নালাগে প্ৰয়োজন হ'লে ৰাইজৰ লগত আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত গ্ৰহণ কৰক।' এনেদৰে পুনৰ চৰকাৰক প্ৰত্যাহ্বান জনালে শিল্পী মানস ৰবীনে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...