ADRE result: কেতিয়া প্ৰকাশ পাব ADRE ৰ ফলাফল? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা... | ADRE result date cm himanta biswa sarma says when adre result will declare assam Assam news - Assam Tv9

ADRE result: কেতিয়া প্ৰকাশ পাব ADRE ৰ ফলাফল? মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা…

Published: 

16 Feb 2025 | 04:34 PM

ADRE result: ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীয়ে অপেক্ষা কৰি আছে ADRE ৰ ফলাফলকলৈ। যোৱা বছৰ অনুষ্ঠিত হৈ যোৱা ADRE ৰ ফলাফল এতিয়ালৈ ঘোষণা হোৱা নাই। ইয়াৰ মাজতে মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ ঘোষণা কৰিছে।

1 / 5লাখ লাখ পৰীক্ষাৰ্থীয়ে বাট চাই আছে ADRE ৰ ফলাফলকলৈ। যোৱা ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ লাখ লাখ- পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। কিন্তু এতিয়ালৈকে ঘোষণা হোৱা নাই ফলাফল।

লাখ লাখ পৰীক্ষাৰ্থীয়ে বাট চাই আছে ADRE ৰ ফলাফলকলৈ। যোৱা ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ নিযুক্তি পৰীক্ষাত ৰাজ্যৰ লাখ লাখ- পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। কিন্তু এতিয়ালৈকে ঘোষণা হোৱা নাই ফলাফল।

2 / 5

ADRE ৰ ফলাফল সন্দৰ্ভত ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰেই ঘোষণা কৰা হ'ব ADRE পৰীক্ষাৰ ফলাফল। ফ্ৰেব্ৰুৱাৰী শেষত বা মাৰ্চত প্ৰথমতে ঘোষণা হ’ব ফলাফল। গতিকে শীঘ্ৰেই ৩হাজাৰাৰো অধিক যুৱক-যুৱতীয়ে লাভ কৰিব চাকৰি।

3 / 5

উল্লেখ্য যে,এইবাৰ ADRE ত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় ৩২ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ বিপৰীতে এই দুই বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ১২৬০০ টা। তথ্য অনুসৰি, ইয়াৰে অধিক সংখ্যক পদ আছিল চতুৰ্থ বৰ্গৰ বাবে।

4 / 5

এইবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা বেলেগ বেলেগ দিনত অনুষ্ঠিত কৰা হৈছিল। পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছিল। আনকি পৰীক্ষাৰ দিনা ৰাজ্যত ইন্টাৰনেট সেৱাও বাতিল কৰিছিল।

5 / 5

কিন্তু তাৰ পাছতো পৰীক্ষাৰ সময়ত বিভিন্ন বেমেজালিৰ সৃষ্টি হৈছিল। প্ৰশ্নকাকত ভাইৰেল, তালাচী সন্দৰ্ভত আৰক্ষীক সমালোচনাকে ধৰি বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...