কেতিয়া প্ৰকাশ পাব ADREৰ ফলাফল? শিক্ষক নিযুক্তিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ... | Adre result date Announced by himanta biswa sarma Facebook live Assam news - Assam Tv9

ADRE: কেতিয়া প্ৰকাশ পাব ADREৰ ফলাফল? শিক্ষক নিযুক্তিক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ…

Updated On: 

27 Sep 2025 17:17 PM

Adre Result Date 2025: আজি ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ ADREত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় ৩২ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ বিপৰীতে এই দুই বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ১২৬০০ টা।

1 / 5আজি ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত  কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

আজি ফেচবুক লাইভযোগে ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সেই সময়ত কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

2 / 5

১০ অক্টোবৰত ঘোষণা হ’ব ADREৰ ৩য় বৰ্গৰ ফলাফল। ১৫ অক্টোবৰত ADREৰ ৪ৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ’ব।

3 / 5

উল্লেখ্য যে,এইবাৰ ADREত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে প্ৰায় ৩২ লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছিল। ইয়াৰ বিপৰীতে এই দুই বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ পদৰ সংখ্যা ১২৬০০ টা। তথ্য অনুসৰি, ইয়াৰে অধিক সংখ্যক পদ আছিল চতুৰ্থ বৰ্গৰ বাবে।

4 / 5

ইফালে স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ১২ অক্টোবৰৰ পূৰ্বে ঘোষণা কৰা হ'ব। LPৰ শিক্ষক নিযুক্তিৰ ফলাফল ১৫ৰ পৰা ২০ অক্টোবৰৰ ভিতৰত ঘোষণা। গ্রেজুৱেট শিক্ষক আৰু পোষ্ট গ্রেজুৱেট শিক্ষকৰ পৰীক্ষাৰ ফলাফল ১৫ অক্টোবৰত।

5 / 5

২০ অক্টোবৰৰ পূৰ্বে সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’‍ব। SIৰ পৰীক্ষাৰ ফলাফল ১০ অক্টোবৰত ঘোষণা হ’ব। লগতে F&ESৰ পৰীক্ষাৰ ফলাফলো ১০ অক্টোবৰৰ ভিতৰত দিয়া হ’ব। এই মাহৰ ভিতৰতে AB আৰু UB কনিষ্টবলৰ ফলাফলো ঘোষণা কৰা হ’ব ২৫-২৬ অক্টোবৰৰ ভিতৰত প্রদান কৰা হ’ব নিযুক্তি পত্র। এই কথা জনালে মুখ্যমন্ত্ৰীয়ে।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...