কেতিয়া অনুষ্ঠিত হ'ব ADRE ৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট ? | ADRE Interview and Skill Test, Appointment Date Announced by CM Himanta Biswa Sarma Assam news - Assam Tv9

কেতিয়া অনুষ্ঠিত হ’ব ADRE ৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট ? ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

Updated On: 

06 Jun 2025 | 09:53 PM

কেতিয়া অনুষ্ঠিত হ’ব শেহতীয়াকৈ ADRE লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট ? এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

1 / 5ADREৰ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেতিয়া অনুষ্ঠিত হ’ব শেহতীয়াকৈ ADRE লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট ? এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ADREৰ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কেতিয়া অনুষ্ঠিত হ’ব শেহতীয়াকৈ ADRE লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট ? এই সন্দৰ্ভত সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

2 / 5

মুখ্যমন্ত্ৰীগৰাকীয়ে অহা জুলাই মাহৰ ভিতৰত ADRE মৌখিক আৰু স্কীল টেষ্ট সম্পূৰ্ণ কৰা হ’ব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা মতে, অহা জুলাই মাহৰ ১৫ তাৰিখৰ পূৰ্বে সম্পূৰ্ণ হ’ব মৌখিক আৰু স্কীল টেষ্ট ।

3 / 5

একেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ১০ অক্টোবৰত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে চেষ্টা চলাব বুলিও জানিবলৈ দিছে। তেওঁ কয় যে, পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ১০ অক্টোবৰত নিযুক্তি পত্ৰ বিতৰণ কৰাৰ বাবে চেষ্টা কৰা হ’ব ।

4 / 5

শুকুৰবাৰে সন্ধিয়া সামাজিক মাধ্যম ফেচবুক লাইভৰ জৰিয়তে এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ জানিবলৈ দিয়ে যে, ADREৰ তৃতীয় বৰ্গৰ দক্ষতা পৰীক্ষা আৰু চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অহা ১৭ জুনৰ পৰা আৰম্ভ হ’ব ।

5 / 5

উল্লেখ্য যে, ADRE ৰ লিখিত পৰীক্ষাত উত্তীৰ্ণসকলৰ মৌখিক আৰু স্কীল টেষ্ট কেতিয়া অনুষ্ঠিত হ’ব সেই সম্পৰ্কে চৰ্চা অব্যাহত আছিল । ইয়াৰ মাজতে আজি সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
হ'ব সমস্যা! ভুলতো ব্যৱহাৰ নকৰিব মৃতকৰ এই ৫ বস্তু...
মৃত্যুৰ কিমান দিন পিছত আত্মাই নতুন শৰীৰত প্ৰৱেশ কৰে? জানক...
কেৱল সোৱাদ-সুগন্ধই নহয়, তেজপাতৰ এনে চমৎকাৰী গুণৰ বিষয়ে হয়তো আপুনিও অজ্ঞাত!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি