স্বামীৰ সৈতে প্ৰথম বিহু 'গোপী বহু' খ্যাত দেৱলীনা ভট্টাচার্যৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো। Assam news - Assam Tv9

স্বামীৰ সৈতে প্ৰথম বিহু ‘গোপী বহু’ খ্যাত দেৱলীনা ভট্টাচার্যৰ, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Edited By: 

Parul Rawat | Updated On: 21 May 2024 | 02:05 PM

বিহুক লৈ ব্যস্ত হৈ পৰিছে অভিনেত্ৰী দেৱলীনা ভট্টাচার্য। দেৱলীনা কেৱল অসম জীয়ৰী হিচাপে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো জনপ্ৰিয়।

1 / 5ৰাজ্যত হেঁপাহৰ ৰঙালী বিহুক লৈ উখল-মাখল পৰিৱেশ। নিৰ্বাচনৰ লগতে ৰাজ্যত চৌদিশে বলিছে বহাগৰ বা।

ৰাজ্যত হেঁপাহৰ ৰঙালী বিহুক লৈ উখল-মাখল পৰিৱেশ। নিৰ্বাচনৰ লগতে ৰাজ্যত চৌদিশে বলিছে বহাগৰ বা।

2 / 5

বিহুৰ সমান্তৰালকৈ ব্যস্ত কণ্ঠশিল্পীসকল। পিছ পৰি ৰোৱা নাই অভিনেতা-অভিনেত্ৰীসকল।

3 / 5

বিহুক লৈ ব্যস্ত হৈ পৰিছে অভিনেত্ৰী দেৱলীনা ভট্টাচার্য। দেৱলীনা কেৱল অসম জীয়ৰী হিচাপে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো জনপ্ৰিয়।

4 / 5

'গোপী বহু' খ্যাত দেৱলীনাৰ সামাজিক মাধ্যমত আছে বহু অনুৰাগী।

5 / 5

বিহুৰ মাজতে সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি দেৱলীনাই লিখিছে- নতুন সূর্য, নতুন প্রান। নতুন সুৰ, নতুন গান। নতুন পোহৰ, নতুন প্ৰভাত । নতুন বছৰ হওক ভাল। শেষ হওঁক বিষাদ, আহক হর্ষ। শুভ হওক নববর্ষ। সকলোকে নববর্ষৰ শুভেচ্ছা জনালো ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...