মহাকুম্ভত মহাস্নান অভিনেত্ৰী আইমী বৰুৱাৰ, পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিলে ফটো | Actress Aimee Baruah takes a holy dip in Mahakumbh 2025 Assam news - Assam Tv9

মহাকুম্ভত মহাস্নান অভিনেত্ৰী আইমী বৰুৱাৰ, পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিলে ফটো

Published: 

15 Feb 2025 | 09:58 PM

মহাকুম্ভমেলাৰ পবিত্ৰ সময়ত প্ৰয়াগৰাজলৈ গৈছে অভিনেত্ৰী আইমী বৰুৱা। আজি পৰিয়ালৰ সৈতে গংগাত স্নান কৰে অভিনেত্ৰীগৰাকীয়ে। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে আইমীয়ে।

1 / 5প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। দেশ-বিদেশৰ বহু ভক্তই এই পবিত্ৰ সময়ত প্ৰয়াগৰাজত উপস্থিত হৈছে। (Image Credit source: Social Media)

প্ৰয়াগৰাজত চলি আছে মহাকুম্ভ মেলা। দেশ-বিদেশৰ বহু ভক্তই এই পবিত্ৰ সময়ত প্ৰয়াগৰাজত উপস্থিত হৈছে। (Image Credit source: Social Media)

2 / 5

মহাকুম্ভমেলাৰ পবিত্ৰ সময়ত প্ৰয়াগৰাজলৈ গৈছে অভিনেত্ৰী আইমী বৰুৱা। আজি পৰিয়ালৰ সৈতে গংগাত স্নান কৰে অভিনেত্ৰীগৰাকীয়ে। (Image Credit source: Social Media)

3 / 5

সামাজিক মাধ্যমত স্নান কৰাৰ ফটো শ্বেয়াৰ কৰি আইমী বৰুৱাই লিখিছে- আস্থাৰ পৱিত্ৰময় স্থল,পুণ্য তীৰ্থ প্ৰয়াগৰাজৰ মহাকুম্ভত পৰিয়ালৰ সৈতে স্নান কৰাৰ সৌভাগ্য হয়.."हर हर गंगे"🙏🌼 (Image Credit source: Social Media)

4 / 5

আইমীয়ে ফটো শ্বেয়াৰ কৰাৰ লগে লগে অনুৰাগীয়ে ফটোত কমেন্টৰ বৰষুণ আনে। বহু অনুৰাগীয়ে আইমীৰ ফটো নিজৰ একাউণ্টত শ্বেয়াৰো কৰিছে।(Image Credit source: Social Media)

5 / 5

আইমীয়ে এই পবিত্ৰ স্থানত গেৰুৱা ৰঙৰ শাৰী এখন পিন্ধিছে। আনকি দুই সন্তানেও গেৰুৱা বস্ত্ৰ পিন্ধি গংগাত স্নান কৰিছে। (Image Credit source: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...