আজি মহাসপ্তমী, সকলোৰে মংগল কামনা কৰি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই | Actress Aimee Baruah shares pictures of Durga Puja Assam news - Assam Tv9

আজি মহাসপ্তমী, সকলোৰে মংগল কামনা কৰি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰী আইমী বৰুৱাই

Updated On: 

10 Oct 2024 16:03 PM

অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালিকা আইমী বৰুৱা। দুৰ্গা পূজাৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে আইমী বৰুৱাই।

1 / 5আজি মহাসপ্তমী, ৰাজ্যজুৰি দেৱী দুৰ্গাৰ আৰাধনা।

আজি মহাসপ্তমী, ৰাজ্যজুৰি দেৱী দুৰ্গাৰ আৰাধনা।

2 / 5

দুৰ্গা পূজাৰ লগত সংগতি ৰাখি সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰী তথা পৰিচালিকা আইমী বৰুৱাই।

3 / 5

সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি লিখিছে- ‘যা দেৱী সর্বভূতেষু দয়াৰূপেণ সংস্থিতা,নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।।’🔱🙏মহা সপ্তমীৰ ব্ৰহ্মক্ষণত নিশুম্ভশ্মভানি মা ৰ চৰণত সভক্তিৰে প্ৰাৰ্থনা জনালোঁ। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মায়ে সকলোৰে জীৱন সুখ-শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ কৰক।

4 / 5

প্ৰায়ে সামাজিক মাধ্যমত ফটো বা ভিডিঅ' ভাইৰেল হৈ থাকে আইমী বৰুৱাৰ।

5 / 5

সামাজিক মাধ্যমত আইমী বৰুৱাৰ আছে বহু হাজাৰ অনুৰাগী। আইমীয়ে শ্বেয়াৰ কৰা পোষ্টত শাৰদীয় শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীয়ে।

খালী পেটত অমিতা খালে কি হয় জানেনে? সবিশেষ...
পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...