নথি-পত্ৰ নোচোৱাকৈয়ে ধন ব্যয় কৰিছে অসমীয়া মানুহে, মই এইবোৰত নাইঃ ৰবি শৰ্মা | Actor Ravi Sharma comments on trading issue Assam news - Assam Tv9

নথি-পত্ৰ নোচোৱাকৈয়ে ধন ব্যয় কৰিছে অসমীয়া মানুহে, মই এইবোৰত নাইঃ ৰবি শৰ্মা

Published: 

17 Sep 2024 | 08:44 PM

ট্ৰেডিং প্ৰসংগত সৰৱ অভিনেতা ৰবি শৰ্মা। ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেতাজনে। লগতে অসমীয়া লোকৰ বিষয়ে কি ক'লে অভিনেতাজনে?

1 / 5নথি-পত্ৰ নোচোৱাকৈয়ে ধন ব্যয় কৰিছে অসমীয়া মানুহে, মই এইবোৰত নাইঃ ৰবি শৰ্মা

2 / 5

আনৰ টকাৰে ব্ৰেণ্ডেড কাপোৰ, লাক্সাৰী জীৱনৰ লগতে চুমিয়ে ব্যৱহাৰ কৰা প্ৰতিটো বস্তুতে আছিল কেৱল বিলাসিতা আৰু বিলাসিতা। ইফালে আজি চুমিৰ বৌৱেক জিংকি মিলিক স্বৰ্তসাপেক্ষ অন্তৱৰ্তীকালীন জামিন প্ৰদান।

3 / 5

ট্ৰেডিং প্ৰসংগত সৰৱ অভিনেতা ৰবি শৰ্মা। ট্ৰেডিং বিৰ্তক সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে অভিনেতাজনে।

4 / 5

অভিনেতাজনে কয়, ট্ৰেডিং বস্তুটো বেয়া নহয়, ই ভাল। যেনেকৈ গীটাৰ বজোৱাটো বেয়া নহয় কিন্তু মৰাৰ ঘৰত গীটাৰ বজোৱাটো বেয়া কথা। প্ৰত্যোকটা বস্তুৰ ভাল বেয়া দুয়োটা আছে।'

5 / 5

ইয়াৰোপৰি ৰবি শৰ্মাই কয়- আমাৰ অসমীয়া মানুহ নথি-পত্ৰত বহুত বেয়া। চৰকাৰেও আমাক ইমান আঁচনি দিয়ে আমাৰ মানুহবোৰে ইয়াৰ লাভ উঠাব নোৱাৰে, কাৰণ আমাৰ নথি-পত্ৰ নাই। আমাৰ নথি-পত্ৰসমূহ ক'ত থাকে আমি নিজেই নাজানো।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...