Aadhaar Card Update: ফোন নম্বৰ সলনি কৰিছে নেকি? আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব ? জানো আহক
Aadhaar Card Update: নিকটতম আধাৰ কেন্দ্ৰলৈ গৈ নম্বৰটো আপডেট কৰিবলৈ প্ৰথমে স্লট বুকিং কৰিব লাগে। ইয়াৰ বাবে প্ৰথমে UIDAI-ৰ ৱেবছাইট চাওক। আধাৰ কেন্দ্ৰত নতুন নম্বৰ পঞ্জীয়ন কৰিলে সাত দিনৰ ভিতৰত মোবাইল নম্বৰ আপডেট কৰা হ’ব।
1 / 8

2 / 8
3 / 8
4 / 8
5 / 8
6 / 8
7 / 8
8 / 8