Zubeen Garg: গামোচাত হিয়াৰ আমঠু জুবিন গাৰ্গ, তাঁতশালত বুটা বাচি বিজয় দাসে জনালে শ্ৰদ্ধাঞ্জলি | A young man from Tamulpur brought Zubeen Garg's character to life on a gamosa. Assam news - Assam Tv9

Zubeen Garg: গামোচাত হিয়াৰ আমঠু জুবিন গাৰ্গ, তাঁতশালত বুটা বাচি বিজয় দাসে জনালে শ্ৰদ্ধাঞ্জলি

Updated On: 

07 Nov 2025 | 03:58 PM

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰাণৰ শিল্পী গৰাকীক গামোচাত বুটা বাছি হুবহু সৃষ্টি কৰিছে। এইদৰে বিজয়ে শিল্পীগৰাকীক দিছে শ্ৰদ্ধাঞ্জলি।

1 / 5তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাচি গামোচাত হুবহু সৃষ্টি কৰিলে জুবিন গাৰ্গক।

তামুলপুৰৰ শিপিনী বিজয় দাসৰ তাঁতশালত প্ৰাণৱন্ত হৈ উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । তাঁতশালত বুটা বাচি গামোচাত হুবহু সৃষ্টি কৰিলে জুবিন গাৰ্গক।

2 / 5

৩ দিনত শিল্পী গৰাকীক গামোচাত প্ৰাণৱন্ত ৰূপ দিবলৈ সক্ষম হয় বিজয় দাসে। এইগৰাকী তামুলপুৰৰ প্ৰতিভাৱান যুৱকে সৰুৰে পৰাই পঢ়া শুনাৰ লগতে তাঁতশালত কাম কৰিবলৈ শিকিছিল।

3 / 5

সৰুৰে পৰাই পঢ়া শুনাত চোকা বিজয়ে বিজ্ঞান শাখাত ৰাসায়ন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বৰ্তমান হস্ততাঁত বস্ত্ৰশিল্প অধ্যয়নৰত হৈ আছে।

4 / 5

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছত প্ৰাণৰ শিল্পী গৰাকীক গামোচাত বুটা বাছি হুবহু সৃষ্টি কৰিছে। এইদৰে বিজয়ে শিল্পীগৰাকীক দিছে শ্ৰদ্ধাঞ্জলি।

5 / 5

শিল্পীগৰাকীয়ে লগতে এইগৰাকী প্ৰতিভাৱান শিল্পীয়ে অসম সংগীত, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা, মামনি ৰয়চম গোস্বামীকে আদি কৰি বহুকেইগৰাকী স্বনামধন্য ব্যক্তিৰ ছবি বয় উলিয়াইছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...