গোসাঁই সমাজৰ ৰোষত YouTuber দিম্পু বৰুৱা! খগেন শীৰ্ষক গানটোৰ সৈতে কেনেকৈ সাঙোৰ খালে দিম্পু? | A case has been filed against Dimpu Baruah and another YouTuber named Mridul by the Assamese Gosain society Assam news - Assam Tv9

গোসাঁই সমাজৰ ৰোষত YouTuber দিম্পু বৰুৱা! খগেন শীৰ্ষক গানটোৰ সৈতে কেনেকৈ সাঙোৰ খালে দিম্পু?

Updated On: 

27 May 2025 | 05:31 PM

বৰ্তমান সময়ত জনপ্ৰিয় ইউটিউবাৰ সকলৰ ভিতৰত অন্যতম হ’ল দিম্পু বৰুৱা। দিম্পু বুলি ক’লে বৰ্তমান অসমত চিনি নোপোৱা মানুহ হয়তো নোলাব। কিন্তু এইবাৰ ডাঙৰ বিপদত পৰিছে ইউটিউবাৰ দিম্পু!

1 / 5গ্ৰেপ্তাৰ হ'ব নেকি ইউটিউবাৰ দিম্পু বৰুৱা? সামাজিক মাধ্যমত সৰৱ চৰ্চা চলিছে দিম্পুৰ বিৰুদ্ধে। (Image Credit source: Social Media)

গ্ৰেপ্তাৰ হ'ব নেকি ইউটিউবাৰ দিম্পু বৰুৱা? সামাজিক মাধ্যমত সৰৱ চৰ্চা চলিছে দিম্পুৰ বিৰুদ্ধে। (Image Credit source: Social Media)

2 / 5

অশ্লীল শব্দ প্ৰয়োগ কৰা 'খগেন' শীৰ্ষক গীতটি প্ৰচাৰ কৰি বিপদত ইউটিউবাৰ দিম্পু বৰুৱা। সদৌ অসম গোসাঁই সমাজে দিছপুৰ থানাত দাখিল কৰে এজাহাৰ। (Image Credit source: Social Media)

3 / 5

সদৌ অসম গোসাঁই সমাজৰ সভাপতি দেৱেন্দ নাথ মহন্ত কয়, 'খগেন নামৰ গানটো গান বুলি ক'ব নোৱাৰি এইটো এটা বলিয়ালি, এয়া বিকৃত মনৰ পৰিচয়'। (Image Credit source: Social Media)

4 / 5

কেৱল দিম্পুৱে নহয়, সদৌ অসম গোসাঁই সমাজে দিম্পু বৰুৱাৰ লগতে মৃদুল নামৰ আন এজন ইউটিউবাৰৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰিছে গোচৰ। (Image Credit source: Social Media)

5 / 5

উল্লেখ্য যে, এই সন্দৰ্ভত বৰ্তমানলৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই ইউটিউবাৰ দিম্পুৱে। (Image Credit source: Social Media)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...