ছিমলা-মনালী নহয়, গৰমৰ দিনত ভ্ৰমণ কৰক এই সমূহ ঠাই… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

ছিমলা-মনালী নহয়, গৰমৰ দিনত ভ্ৰমণ কৰক এই সমূহ ঠাই…

Updated On: 

24 May 2024 | 06:16 PM

প্ৰচণ্ড গৰমে দহিছে দেশৰ বিভিন্ন প্ৰান্ত। কিছুমান ঠাইত তাপমান ৪০ ডিগ্ৰী ছেলচিয়াছ পাৰ কৰিছে। এনে সময় যদি আপুনি শান্তিৰ অলপ ঠাই বিচাৰিছে তেন্তে ফুৰিব যাব পাৰে বিশেষ কেইখনমান ঠাইলৈ।

1 / 5AULI: আউলি উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত এখন চহৰ। এই ঠাইখন অত্যন্ত ধুনীয়া। এই ঠাইলৈ গৈ ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইয়াৰ চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ।

AULI: আউলি উত্তৰাখণ্ডৰ চামোলী জিলাত অৱস্থিত এখন চহৰ। এই ঠাইখন অত্যন্ত ধুনীয়া। এই ঠাইলৈ গৈ ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। ইয়াৰ চাৰিওফালে কেৱল পাহাৰ আৰু পাহাৰ।

2 / 5

Munnar: মুন্নাৰ ইদ্দুকি জিলাৰ সমুদ্ৰপৃষ্ঠৰ পৰা ১৬০০ ফুট উচ্চতাত অৱস্থিত এইটো এটা হিল ষ্টেচন। মুন্নাৰ এটা মালয়ালম শব্দ, যাৰ অৰ্থ তিনিখন নদীৰ সংগম। ইয়াত তিনিখন নদী-মধুৰ পূজাহাৰ, নল্লা খান্নী আৰু কুণ্ডলী একে স্থানতে লগ হৈছে।

3 / 5

Idukki:গৰমৰ দিনত আপুনি ভ্ৰমণ কৰিব পাৰে ইডিক্কি। এই ঠাইখন কেৰালাত আছে। চাৰিওফালে পাহাৰ, গছ-গছনিয়ে আবৰা ঠাইখনে বেছ আকৰ্ষিত কৰে পৰ্যটকক। ঠাইখনত বৰ্তমান তাপমান প্ৰায় ২০ ডিগ্ৰী ছেলচিয়াছ।

4 / 5

lansdowne: পৰ্যটনৰ বাবে আকৰ্ষণৰ বিন্দু উত্তৰাখণ্ড। এই ৰাজ্যখনত অৱস্থি লেঞ্চডাউন নামৰ ঠাইখনলৈ যাব পাৰে। গৰমৰ দিন সকাহ পোৱাৰ লগতে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব উত্তৰাখণ্ডত।

5 / 5

solen: হিমাচল প্ৰদেশ ভ্ৰমণ কৰাৰ সপোন থাকে বহু পৰ্যটকৰ। চোলেন নামৰ ঠাইখন আছে হিমাচলত। ৰাজ্যখনৰ বেলেগ ঠাইখনৰ লগতে গৰমৰ দিনত এই ঠাইখনলৈও যাব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...