সাহসেৰে ভাৰতীয় ৰাজনীতিত ভৰি দিয়া বলিউডৰ ৫ গৰাকী অভিনেত্ৰী, প্ৰভাৱ বিস্তাৰ কৰিছে তেওঁলোকে
কেইবাগৰাকী বলিউড অভিনেত্ৰীয়ে কেৱল চিনেমা জগততে নহয় ভাৰতীয় ৰাজনীতিটো বিশেষ অৰিহণা যোগায় আহিছে । শক্তিশালী নেতৃত্ব আৰু কল্যাণমূলক আঁচনিৰ বাবে পৰিচিত তামিলনাডুৰ বহুবাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল জয়াললিতাই । ৰাজনীতিত তেওঁলোকৰ প্ৰভাৱ আজিও সকলোৱে স্বীকাৰ কৰে । বলিউডৰ বিশেষ ৫ গৰাকী অভিনেত্ৰী, যিয়ে ৰাজনীতিৰ ক্ষেত্ৰখনত সক্ৰিয়তাৰে কাম কৰিছিল, তেওঁলোকৰ বিষয়ে জানোঁ আহক-
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6