কেইখনমান ভৌতিক ছবি! যি অকলে চোৱাৰ আগতে এশবাৰ ভাৱক…. – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

কেইখনমান ভৌতিক ছবি! যি অকলে চোৱাৰ আগতে এশবাৰ ভাৱক….

Published: 

19 May 2024 | 12:48 PM

চলচ্চিত্ৰক লৈ সকলোৰে পচন্দ বেলেগ বেলেগ । কিছুমানে ভৌতিক ছবি চাই বহুত ভাল পায়। এনে কিছুমান ভৌতিক ছবি আছে যি অত্যন্ত ভয় লগা। ইয়াক অকলে চোৱাৰ আগতে নিজকে মানসিকভাৱে সাজু কৰি লোৱা দৰকাৰ।

1 / 5The exorcist: এই ভৌতিক ছবিখন যথেষ্ঠ ভয় লগা।  উইলিয়াম ফ্ৰাইডকিনে নিৰ্মাণ কৰা এই ছবিখনত  এগৰাকী ছোৱালীৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ পৰে। এই ছবিখনৰ বহু দৃশ্যাংশ ভয় লগা। যাৰ বাবে ভৌতিক ছবি পচন্দ কৰা মানুহে এই  ছবিখন ভাল পায়।

The exorcist: এই ভৌতিক ছবিখন যথেষ্ঠ ভয় লগা। উইলিয়াম ফ্ৰাইডকিনে নিৰ্মাণ কৰা এই ছবিখনত এগৰাকী ছোৱালীৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ পৰে। এই ছবিখনৰ বহু দৃশ্যাংশ ভয় লগা। যাৰ বাবে ভৌতিক ছবি পচন্দ কৰা মানুহে এই ছবিখন ভাল পায়।

2 / 5

insidious: এই ছবিখনৰ নিৰ্দেশনা কৰিছে জেমছ বনে। এই ছবিখনত এটা পৰিয়ালৰ কাহিনী দেখুওৱা হৈছে । পৰিয়ালটোৰ এটি কিশোৰৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ পৰে আৰু পৰিয়ালটোৱে তেওঁক বচাবলৈ চেষ্টা কৰে।

3 / 5

Hereditary:এই ছবিখন অৰি এস্তৰে নিৰ্দেশনা কৰিছে। এইখন এখন চাইকলজিকেল হৰৰ ছবি। এই ছবিখন চালে আপোনাৰ গাৰ নাম শিয়ৰি উঠিব। মানসিকভাৱে প্ৰস্তুত নাথাকিলে এই ছবিখন অকলে চাব নালাগে।

4 / 5

Mommy loves you to death: এই ছবিখন এখন ভৌতিক ছবি। বহু দৰ্শকৰ সমৰ্থন লাভ কৰিছে এই ছবিখনে। এই ছবিখনো ভয় লগা আৰু অকলে চাবলৈ বহুতে ভয় কৰে।

5 / 5

the conjuring: এই ছবিখন অত্যন্ত ভয় লগা। ইয়াৰ কেইবাটাও ভাগ মুক্তি লাভ কৰিছে। বিশেষকৈ এটা ভুতৰ প্ৰভাৱ থকা পুতলাৰ ওপৰত এই ছবিখন নিৰ্মিত। পুতুলাটোৱে কেনদৰে এটা পৰিয়াল ধ্বংস কৰাৰ চেষ্টা কৰে ইয়াত তাকে দেখুৱায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...