ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ'ল ৩০টাৰো অধিক বাসগৃহ | 30 Houses Reduced to Ashes in Massive Fire at Dibrugarh assam Assam news - Assam Tv9

ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড: জ্বলি ভস্মীভূত হ’ল ৩০টাৰো অধিক বাসগৃহ

Updated On: 

23 Oct 2024 | 09:06 PM

ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ ধুবিপট্টিত বিধ্বংসী অগ্নিকাণ্ড।এটা অট্টালিকাৰ ভিতৰত জুই লগাত হাহাকাৰ পৰিৱেশ। দুটাকৈ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

1 / 5

ডিব্ৰুগড়ৰ উত্তৰ আমোলাপট্টীৰ জৰ্জ স্কুলৰ সমীপৰ ধোবিপট্টিত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। জজ স্কুলৰ সমীপৰ ধুবিপট্টিত জুই৷

2 / 5

অগ্নিকাণ্ড সংঘটিত হৈছে অশোক নামৰ এজন লোকৰ বাসগৃহত। এই অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হৈছে ৩০টাৰো অধিক গৃহ।

3 / 5

তেওঁৰ নিজা ঘৰৰ লগতে ভাড়ালৈ দিয়া ৩০টা গৃহ জুইত জাহ গৈছে। জানিব পৰা মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই সংঘটিত হৈছে এই ঘটনা।

4 / 5

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগেই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও ঘটনাস্থলীলৈ যোৱা পথ ঠেক হোৱাৰ বাবেই অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সোমাব পৰা নাছিল।

5 / 5

যাৰ ফলত অগ্নিকাণ্ডই ভয়াৱহ ৰূপ ধাৰণ কৰে। পাছত স্থানীয় ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...