Guwahati Gold Price Today: ভেলেন্টাইন ডে’ত বৃদ্ধি সোণৰ মূল্য! জানক গুৱাহাটীৰ বজাৰত কিমান সোণ-ৰূপৰ মূল্য
আজি পুনৰ বৃদ্ধি পাইছে সোণৰ মূল্য। আজি ২২ কেৰেটৰ প্ৰতি ১ গ্ৰাম সোণৰ মূল্য অসমৰ বাহিৰত প্ৰায় ৮০০৫ টকা। জানক আজি ভেলেন্টাইন ডেৰ দিনা গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5