কৰীনা কাপুৰৰ গৰ্ভত হৃতিক ৰোশনৰ সন্তান! স্কুলত পঢ়ি থাকোতেই…

কৰীনা কাপুৰ অতি ৰক্ষণশীল পৰিয়ালৰ কন্যা। যিখন ঘৰৰ কন্যা সন্তানৰ ছবি জগতত যোগদান কৰাৰ অধিকাৰ নাছিল। তেওঁলোকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশ্যে কৰীনাই যিহেতু মাতৃ ববিতাৰ পৰা পৃথকে বাস কৰিছিল, সেয়েহে কৰিশ্মাৰ ডাঙৰ-দীঘল হৈছিল বেলেগ ধৰণেৰে।

কৰীনা কাপুৰৰ গৰ্ভত হৃতিক ৰোশনৰ সন্তান! স্কুলত পঢ়ি থাকোতেই...

কৰীনা কাপুৰৰ গৰ্ভত হৃতিক ৰোশনৰ সন্তান!

Published: 

10 Aug 2025 | 04:36 PM

বলীউডৰ এগৰাকী এগৰাকী সুন্দৰী অভিনেত্ৰী। ৪০ বছৰ অতিক্ৰম কৰাৰ পিছতো তেওঁৰ গ্লেমাৰ একেবাৰে কমি যোৱা নাই। অভিনেত্ৰীগৰাকীৰ নাম হৈছে কৰীনা কাপুৰ খান। ছবিজগতৰ পৰা আঁতৰি থাকিলে তেওঁৰ বিষয়ে চৰ্চা কমি যোৱা নাই। যদিও তেওঁৰ বহু লোকে অহংকাৰী আৰু মেজাজী বুলি কয়। অভিনেত্ৰীগৰাকীৰ বৃহৎ সংখ্যক অনুৰাগী আছে। নায়িকাগৰাকীক লৈ উৰাবাতৰিৰ সংখ্যাও কম নহয়।

কিন্তু আপুনি জানেনে যে এসময়ত তেওঁক লৈ এনেধৰণৰ আলোচনা আৰম্ভ হৈছিল যিয়ে সমগ্ৰ বলীউডক কঁপাই তুলিছিল। সেই সময়ত কিশোৰী কৰীনাক লৈ হৈছিল বিৰাট চৰ্চা। মাত্ৰ ১৪ বছৰ বয়সতে নায়িকাগৰাকীৰ জীৱনত এটা ডাঙৰ ঘটনা সংঘটিত হয়। কি সেই ঘটনা জানেনে? শুনিলে আপুনি থতমত খাব। উৰাবাতৰি প্ৰচাৰ হৈছিল অভিনেত্ৰীগৰাকী গৰ্ভৱতী। পিতৃ হিচাপে কাৰ নাম আহিল জানেনে?

কৰীনা কাপুৰ আছিল অতি ৰক্ষণশীল পৰিয়ালৰ কন্যা। তেওঁলোকৰ ঘৰৰ কন্যা-বোৱাৰীসকলৰ ছবি জগতত যোগদান কৰাৰ কোনো অধিকাৰ নাছিল। তেওঁলোকৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। অৱশ্যে কৰীণা যিহেতু মাতৃ ববিতাৰ পৰা পৃথকে থাকিছিল, সেয়েহে ভগ্নী কৰিশ্মা আৰু তেওঁৰ লালন-পালন বেলেগ ধৰণেৰে হৈছিল।

প্ৰথমে অভিনেত্ৰীগৰাকীৰ যমুনাবাই নাৰ্চী স্কুলত নামভৰ্তি হৈছিল যদিও কেইবছৰমানৰ পিছত বলীউডৰ বেবোক ডেৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুললৈ প্ৰেৰণ কৰা হয়। তেওঁ তাত বহু সময় কটাইছিল। তাৰ মাজতে উৰাবাতৰি বিয়পি পৰিছিল যে স্কুলত পঢ়ি থকা সময়তে নৱম শ্ৰেণীত হঠাতে অভিনেত্ৰীগৰাকী গৰ্ভৱতী হৈছিল। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ।

শিশুটিৰ পিতৃ হিচাপে নামো ওলাইছিল হৃতিক ৰোশনৰ । অৱশ্যে তেওঁৰ লগত কৰীনাৰ বিশেষ সম্পৰ্ক আছিল বুলি কোনে জনা নাছিল। যদিও এই ঘটনাৰ কোনো উপযুক্ত প্ৰমাণ পোৱা নাই, তথাপিও এইটো কেৱল এটা উৰাবাতৰি নে সঁচাকৈয়ে তেনেকুৱা কিবা এটা ঘটিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কৰীনাই কেতিয়াও এই বিষয়ে কথা তথ্য প্ৰকাশ কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব