ৰঙা পৰি গৈছিল মুখ, তাৰ পিছত ঐশ্বৰ্যক জোৰকৈ ধৰি টানি নিছিল অমিতাভে….

বহুতৰে বাবে ধাৰণা স্পষ্ট যে সেইদিনা নায়িকাগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অমিতাভেও তেওঁক ৰাজহুৱাভাৱে অনুশাসন কৰিছিল। কিন্তু অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সন্দৰ্ভত প্ৰকাশ পোৱা বহু খবৰে বচ্চন পৰিয়ালক ‘কলংকিত’ কৰি তুলিছে।

ৰঙা পৰি গৈছিল মুখ, তাৰ পিছত ঐশ্বৰ্যক জোৰকৈ ধৰি টানি নিছিল অমিতাভে....

ঐশ্বৰ্য, অমিতাভ

Published: 

13 Aug 2025 | 01:33 PM

বচ্চন পৰিয়ালৰ বোৱাৰী মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চন।  বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাৰ বাবে বিগত এবছৰ ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ঐশ্বৰ্যই। এনে সময়তে ভাইৰেল হৈ পৰিছে বহু পুৰণি ভিডিঅ’ । চৰ্চাত থকা ভিডিঅ’টো আছিল ঐশ্বৰ্য-অমিতাভৰ সম্পৰ্কক লৈ। কেতিয়াবা ‘কজৰৰে’ গীতটো, কেতিয়াবা তেওঁলোকৰ অতিৰিক্ত ঘনিষ্ঠ ভংগীমা।

তেনে এটা ভিডিঅ’ত ঐশ্বৰ্য সুৰাসক্ত অৱস্থা দেখা গৈছে। যাক চম্ভালিবলৈ ব্যস্ত হৈ পৰিছিল অমিতাভ বচ্চনে । বহুতৰে বাবে ধাৰণা স্পষ্ট যে সেইদিনা নায়িকাগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অমিতাভেও তেওঁক ৰাজহুৱাভাৱে অনুশাসন কৰিছিল। কিন্তু অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সন্দৰ্ভত প্ৰকাশ পোৱা বহু খবৰে বচ্চন পৰিয়ালক ‘কলংকিত’ কৰি তুলিছে।

প্ৰথম বিষয়টো আছিল তেওঁলোকৰ সম্পৰ্ক। অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ মাজত ঘনিষ্ঠতাক লৈ বহু খবৰ মাজে মাজে বিয়পি পৰে। যদিও বচ্চন পৰিয়ালৰ কোনেও এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। অৱশ্যে কেতিয়াবা অমিতাভক ‘সুৰাসক্ত’ অৱস্থাত ঐশ্বৰ্যক চম্ভালি থকা দেখা যায়। পাৰ্টিত সকলোৰে সন্মুখত ঐশ্বৰ্যই ‘সুৰাপান’ কৰা এনে খবৰ সকলোতে বিয়পি পৰিছে। অমিতাভে তেওঁক জোৰকৈ ধৰি সকলোৰে সন্মুখৰ পৰা লৈ যোৱা দেখা গৈছে। তাতেই ঐশ্বৰ্যৰ বিভিন্ন দৃশ্যৰ ফ্ৰেমৱৰ্ক হৈছিল। যিবোৰ এতিয়াও অনুৰাগীয়ে শ্বেয়াৰ কৰি আছে।

সেই ভিডিঅ’টোৱে অমিতাভৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ চলি থকা জল্পনা-কল্পনাক অধিক ইন্ধন যোগাইছিল। কেতিয়াবা, ওঁঠৰ সৈতে ওঁঠৰ স্পৰ্শ, কেতিয়াবা মুকলিকৈ তেওঁক জোৰেৰে ধৰা। তাৰ মাজতে  কেমেৰাৰ সন্মুখত অমিতাভে ঐশ্বৰ্যক কোৱা শুনা গৈছিল, “আৰাধ্যাৰ দৰে আচৰণ নকৰিবা।” তেতিয়া হয়তো তেওঁ স্বাভাৱিক অৱস্থাত নাছিল। অৱশ্যে সেই বিষয়ত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...