Aishwarya rai Bachchan: অনিল কাপুৰৰ সৈতে ঐশ্বৰ্যৰ বিচনাৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্য! কেমেৰাৰ সন্মুখতে উঠে চিঞৰি, তাৰ পিছত…

Anil Kapoor on Aishwarya rai Bachchan: সেই সময়ত পৰিচালক সতীশ কৌশিক নতুন ছবি Hamara Dil Aapke Paas Hai ৰ বাবে নতুন নায়িকা বিচাৰি আছিল। তেতিয়া অনিলে সতীশক ঐশ্বৰ্যৰ কথা কৈছিল।

Aishwarya rai Bachchan: অনিল কাপুৰৰ সৈতে ঐশ্বৰ্যৰ বিচনাৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্য! কেমেৰাৰ সন্মুখতে উঠে চিঞৰি, তাৰ পিছত...

অনিল কাপুৰৰ সৈতে ঐশ্বৰ্যৰ বিচনাৰ দৃশ্য!

Published: 

26 Aug 2025 | 06:59 PM

ঘটনা ২০০০ চনৰ, ছবিখনত অভিনয় কৰিছিল ঐশ্বৰ্য ৰায় বচ্চন, অনিল কাপুৰ আৰু সোণালী বেন্দ্ৰে। সেই সময়ত ঐশ্বৰ্যই বলীউডত বিশেষ সফলতা লাভ কৰা নাছিল। অৱশ্যে সুভাষ ঘাইৰ ‘তাল’ ছবিত তেওঁৰ এই অভিনয়ে প্ৰশংসা লাভ কৰে। সেই তাল ছবিখনতো অনিল কাপুৰে অভিনয় কৰিছিল।

সেই সময়ত পৰিচালক সতীশ কৌশিক নতুন ছবি Hamara Dil Aapke Paas Hai ৰ বাবে নতুন নায়িকা বিচাৰি আছিল। তেতিয়া অনিলে সতীশক ঐশ্বৰ্যৰ কথা কৈছিল। সেই সময়ত পৰিচালক সতীশ কৌশিক তেওঁৰ নতুন ছবি হামাৰা দিল আপকে পাশ হায়ৰ বাবে নতুন নায়িকা বিচাৰি আছিল। সেই সময়ত অনিলে সতীশক ঐশ্বৰ্যৰ কথা কৈছিল। প্ৰথমতে সতীশ ঐশ্বৰ্যক চিনেমাত ল’বলৈ ইচ্ছুক নাছিল। পিছত অনিলৰ মতে তেওঁ ছবিখনত চহী কৰে।

সেই সময়ত এখন মনোৰঞ্জন আলোচনীত প্ৰকাশিত এটা বাতৰিয়ে বলীউডত ধুমুহাৰ সৃষ্টি কৰিছিল। জানিব পৰা মতে, অনিলৰ সৈতে বিচনাৰ দৃশ্যত অভিনয় কৰি ঐশ্বৰ্যই অস্বস্তি অনুভৱ কৰিছিল। কেমেৰাৰ সন্মুখত অভিনেত্ৰীগৰাকীয়ে চিঞৰি উঠিছিল।

কেমেৰাত দৃশ্যগ্ৰহণ হৈ আছে আৰু ঐশ্বৰ্য আৰু অনিল কাপুৰ বিচনাত শুই আছে। পৰিচালকে একচন বুলি কওঁতে অনিলে ঐশ্বৰ্যক ওচৰলৈ টানি আনিলে! তাৰ পাছত ঐশ্বৰ্যক চুমা খাবলৈ ওলোৱাৰ লগে লগে হঠাৎ ঐশ্বৰ্যই চিঞৰি উঠিল। লগে লগে বন্ধ হৈ পৰে শ্বুটিং। বিচনাৰ পৰা উঠি ঐশ্বৰ্য লৰালৰিকৈ মেকআপ ৰুমলৈ সোমাই যায়। সমগ্ৰ ঘটনাটোত অনিল সম্পূৰ্ণৰূপে স্তম্ভিত হৈ পৰিল।

পিছত পোহৰলৈ আহে যে, এই বিচনাৰ দৃশ্যত অভিনয় কৰি ঐশ্বৰ্য অলপ অস্বস্তি অনুভৱ কৰিছিল। সেই চিঞৰটো অস্বস্তিৰ বাবেই দিছিল, পিছত ঐশ্বৰ্যৰ অনুৰোধত সতীশ-কৌশিকে এই দৃশ্যটো বাদ দিলে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...