Sara Ali Khan Birthday: আজি বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানৰ জন্মদিন, বিশেষ দিনটোত জানক অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ ৰহস্য | Today is bollywood actress Sara Ali Khan's birthday, know the beauty secret of the actress Assam news - Assam Tv9

Sara Ali Khan Birthday: আজি বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানৰ জন্মদিন, বিশেষ দিনটোত জানক অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ ৰহস্য

Updated On: 

12 Aug 2024 | 02:15 PM

বলীউডৰ অন্যতম উদীয়মান অভিনেত্ৰী ছাৰা আলী খান। অতি কম সময়ৰ ভিতৰতে এই উদ্যোগত এগৰাকী ভাল অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কম বয়সতে ছাৰাৰ আছে লাখ লাখ অনুৰাগী।

1 / 5বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী ছাৰা আলী খান। সকলোৰে হৃদয় জয় কৰিছে অভিনেত্ৰীগৰাকীয়ে।

বলিউডৰ এগৰাকী মোহময়ী অভিনেত্ৰী ছাৰা আলী খান। সকলোৰে হৃদয় জয় কৰিছে অভিনেত্ৰীগৰাকীয়ে।

2 / 5

এতিয়ালৈকে বহুতো চলচ্চিত্ৰত অভিনয় কৰি নিজৰ প্ৰতিভা প্ৰমাণ কৰিছে ছাৰাই।

3 / 5

অতি কম সময়ৰ ভিতৰতে এই উদ্যোগত এগৰাকী ভাল নায়িকা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজি অভিনেত্ৰীগৰাকীয়ে ২৯ সংখ্যক জন্মদিন।

4 / 5

ছৈফ আলী খান আৰু অমৃতা সিঙৰ কন্যা ছাৰাই এখন ছবিৰ বাবে পাঁচৰ পৰা সাত কোটি টকা লয়। ছাৰাৰ অভিনয়েই নহয় সৌন্দৰ্যয়ো মানুহক আকৰ্ষিত কৰে।

5 / 5

ছাৰাই নিজকে ধুনীয়া কৰি ৰাখিবলৈ বজাৰত উপলব্ধ প্ৰসাধন সামগ্ৰীৰ পৰিৱৰ্তে ঘৰতে থকা সামগ্ৰীৰ ব্যৱহাৰ শৰীৰত কৰে। ইয়াৰেপৰি চুলিখিনি অধিক আকৰ্ষিত হ'বলৈ পিঁয়াজৰ ৰস ব্যৱহাৰ কৰে অবিনেত্ৰীগৰাকীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...