ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ জুবিন গাৰ্গ

দুৰ্ঘটনাত পতিত জুবিন গাৰ্গ। ছিংগাপুৰত এখন ইয়টৰ পৰা সাগৰত পৰে জুবিন গাৰ্গ। সংকটজনক অৱস্থাত ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি জৰুৰীকালীন ভাৱে ভৰ্তি কৰে চিকিৎসালয়ত।

ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ জুবিন গাৰ্গ

ছিংগাপুৰত গুৰুতৰভাৱে অসুস্থ জুবিন গাৰ্গ

Updated On: 

19 Sep 2025 | 02:55 PM

ছিংগাপুৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ সময়ত পানীত পৰি যোৱাৰ খবৰ। সম্প্ৰতি ICUত চিকিৎসাধীন জুবিন। বৰ্তমান অভিজ্ঞ চিকিৎসকৰ দলৰ তত্বাবধানত আছে শিল্পীগৰাকী। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ ছিংগাপুৰলৈ গৈছিল হাৰ্টথ্ৰৱগৰাকী। অজস্ৰ গুণমুগ্ধ শিল্পীগৰাকীৰ আশুআৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে নেদেখাজনক।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব