শিক্ষক দিৱসৰ দিনাই মুক্তি পাব নতুন অসমীয়া ছবি ‘লোকেল কুংফু ৩’
‘লোকেল কুংফু ১’ আৰু ‘লোকেল কুংফু ২’ৰ ধাৰাবাহিক সফলতাৰ পাছত এইবাৰ ছবিগৃহলৈ আহি আছে ‘লোকেল কুংফু ৩’। এতিয়া দৰ্শকে অপেক্ষা কৰি আছে ‘লোকেল কুংফু ৩’ৰ মুক্তিৰ দিনটো লৈ।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5