মুম্বাই বিমান বন্দৰত কেটৰিনা কাইফ, মানুহে কৈছে কিয় গৰ্ভধাৰণ কৰাটো লুকাব বিচাৰিছে! | Katrina Kaif spotted at Mumbai airport Assam news - Assam Tv9

মুম্বাই বিমান বন্দৰত কেটৰিনা কাইফ, মানুহে কৈছে কিয় গৰ্ভধাৰণ কৰাটো লুকাব বিচাৰিছে!

Published: 

11 Jul 2024 12:55 PM

কেটৰিনা কাইফ কিছু সময়ৰ বাবে মুম্বাইত নাছিল। এতিয়া পুনৰ মুম্বাইলৈ উভতি আহিছে আৰু সামাজিক মাধ্যমত বিমানবন্দৰৰ পৰা ওলাই অহা ভিডিঅ'ভাইৰেল হৈছে।

1 / 5বলীউডৰ অন্যতম জনপ্ৰিয় মোহময়ী অভিনেত্ৰীৰ ভিতৰত অন্যতম কেটৰিনা কাইফ। সদায় নতুন নতুন খবৰৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে ‘বি টাউন’ৰ জনপ্ৰিয় তাৰকাসকল।

বলীউডৰ অন্যতম জনপ্ৰিয় মোহময়ী অভিনেত্ৰীৰ ভিতৰত অন্যতম কেটৰিনা কাইফ। সদায় নতুন নতুন খবৰৰ বাবে চৰ্চাৰ শীৰ্ষত থাকে ‘বি টাউন’ৰ জনপ্ৰিয় তাৰকাসকল।

2 / 5

বিকি কৌশল আৰু কেটৰিনাৰ যুটিয়ে বিবাহৰ পিছতে অনুৰাগীৰ যথেষ্ঠ মৰম পাইছে। কিছুদিন পূৰ্বে গৰ্ভধাৰণৰ খবৰ আহিছিল কেটৰিনাৰ। মাতৃত্বৰ সুখ অৰ্জন কৰাৰ পিছৰে পৰা মুম্বাইত দীৰ্ঘদিন ধৰি অনুপস্থিত আছিল কেটৰিনা।

3 / 5

শেহতীয়াকৈ বিকি কৌশলক অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেন্টৰ প্ৰিৱেডিঙত অকলে দেখা গৈছিল।

4 / 5

জাৰ্মানীৰ মিউনিচত সময় কটোৱাৰ পিছত কেটৰিনা এতিয়া মুম্বাইলৈ উভতি আহিছে। কেটৰিনাক বিমানবন্দৰত দেখা গৈছে। এই সময়ছোৱাত, কেটৰিনাক দেখি আকৌ এবাৰ গৰ্ভধাৰণ সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছে।

5 / 5

কেটৰিনাই এই সময়ছোৱাত এটা ডাঙৰ বগা চাৰ্ট আৰু ক'লা জেকেটৰ সৈতে জগাৰ পিন্ধিছিল। ইমান ঢিলা কাপোৰ পিন্ধি থকা দেখি মানুহে অনুৰাগীয়ে বহু মন্তব্য কৰিছে। আনফালে কোনোবাই লিখিছিল যে এনেকুৱা লাগিছে যে কেটৰিনাই ঢিলা কাপোৰ পিন্ধি পেট লুকুৱাই ৰাখিছে।

আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...