ইতিহাস থিয়েটাৰত হোৱা দুর্ঘটনাৰ পিছত আঘাতপ্ৰাপ্তৰ কাষত পত্নীসহ থিয় দিছে যতীন বৰাই | Jatin Bora stands for help of injured people after theatre accident Assam news - Assam Tv9

ইতিহাস থিয়েটাৰত হোৱা দুর্ঘটনাৰ পিছত আঘাতপ্ৰাপ্তৰ কাষত পত্নীসহ থিয় দিছে যতীন বৰাই

Updated On: 

30 Aug 2024 | 09:40 AM

থিয়েটাৰৰ মাজতে অঘটন! বুধবাৰে চেঙাত ইতিহাস থিয়েটাৰত হোৱা দুর্ঘটনাৰ দুখ প্ৰকাশ কৰি আঘাতপ্ৰাপ্তৰ কাষত উপস্থিত বলিষ্ঠ অভিনেতা যতীন বৰা।

1 / 5ইতিহাস থিয়েটাৰত হোৱা দুর্ঘটনাৰ পিছত আঘাতপ্ৰাপ্তৰ কাষত পত্নীসহ থিয় দিছে যতীন বৰাই

2 / 5

গেলেৰীৰ পৰা মঞ্চলৈ দৰ্শকৰ মাজেৰে বাইক চলাই আহোঁতেই বাইকসহ দৰ্শকৰ ওপৰত বাগৰি পৰিছিল অভিনেতাজন। এই দুৰ্ঘটনাত যতীন বৰা আহত হোৱাৰ উপৰিও শিশু-মহিলাসহ ৭ গৰাকী লোক আহত হয়।

3 / 5

আকস্মিকভাৱে হোৱা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিৰ পৰিয়ালত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় অভিনেতাজনে।

4 / 5

যতীন বৰাই নিশা পত্নীসহ ঘৰ বিচাৰি গৈ সেই পৰিয়ালৰ ওচৰত ঠিয় হয় সকলোৰে মৰমৰ অভিনেতাজনে।

5 / 5

সুদীৰ্ঘ ৬ টা বছৰৰ অপেক্ষাৰ অন্তত ২০২৪-২৫ নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মঞ্চত দেখিবলৈ পোৱা গৈছে অভিনেতা যতীন বৰাক ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...