শক্তিপীঠ কামাখ্যাত ‘Golden Guys’, সোণৰ অলংকাৰ পৰিধানৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰ

অসমলৈ আহি 'Golden guys' এ কয়, অসমীয়াসকল বহুত ভাল, সকলোকে বহুত মৰম কৰে। মা কামাখ্যাৰ দৰ্শন কৰিবলৈ বহুত ইচ্ছা আছিল। অসম তথা অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল তেওঁলোক।

শক্তিপীঠ কামাখ্যাত Golden Guys, সোণৰ অলংকাৰ পৰিধানৰ বাবে সমগ্ৰ ভাৰততে বিখ্যাত চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰ

কামাখ্যা মন্দিৰত 'Golden Guys

Updated On: 

03 Jul 2025 17:07 PM

অসমলৈ আহিছে ‘Golden guys’। শক্তিপীঠ কামাখ্যাত ‘Golden Guys’ খ্যাত চানী ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰ। বৃহস্পতিবাৰে মা কামাখ্যাত সপৰিয়ালে আশিস লয়। সোণৰ অলংকাৰ পৰিধানৰ বাবে সমগ্ৰ ভাৰততে ‘Golden guys’ নামে খ্যাত তেওঁলোক। সোণৰ অলংকাৰ পৰিধান আৰু অত্যাধিক প্ৰদৰ্শনৰ বাবে প্ৰায়ে চৰ্চাত থাকে। সৰুৰে পৰাই সোণৰ অলংকাৰ পৰিধান কৰাৰ এক বিশেষ চখ আছিল তেওঁলোকৰ।

অসমলৈ আহি ‘Golden guys’ এ কয়, অসমীয়াসকল বহুত ভাল, সকলোকে বহুত মৰম কৰে। মা কামাখ্যাৰ দৰ্শন কৰিবলৈ বহুত ইচ্ছা আছিল। অসম তথা অসমীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিল ‘Golden guys’ এ।

উল্লেখ্য যে, এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসমলৈ আহিছে সপৰিয়ালে। শুকুৰবাৰে বেলতলা স্থিত GS coustom ৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই
বয়স হোৱাৰ পাছতো ছাল কেনেকৈ ধুনীয়া হৈ থাকিব? জানক উপায়...
বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ জন্মদিন কেতিয়া?