অনন্ত-ৰাধিকা বিয়াৰ অভ্যৰ্থনাত মোহনীয় ৰূপত দেখা বলিউডৰ অভিনেত্ৰী | Glamorous highlights from Anant Ambani and Radhika Merchant’s wedding reception Assam news - Assam Tv9

অনন্ত-ৰাধিকা বিয়াৰ অভ্যৰ্থনাত মোহনীয় ৰূপত দেখা বলিউডৰ অভিনেত্ৰী, ফটো চাওক…

Published: 

16 Jul 2024 | 07:45 PM

কেটৰিনা কাইফৰ পৰা অদিতি ৰাও হাইদাৰীলৈকে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠানত বলীউডৰ চেলিব্ৰিটিসকলক মোহনীয় ৰূপত দেখা গৈছিল । এইসকলৰ ভিতৰত কোন কোন আছে চাওক...

1 / 7Radhika Merchant Reception:অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ ৰিচেপচনলৈ কেটৰিনা কাইফে পিন্ধি আহিছিল ক’লা আৰু বেইজ ৰঙৰ শাৰী ।

Radhika Merchant Reception:অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ ৰিচেপচনলৈ কেটৰিনা কাইফে পিন্ধি আহিছিল ক’লা আৰু বেইজ ৰঙৰ শাৰী ।

2 / 7

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ মংগল উৎসৱত অদিতি ৰাও হাইদাৰী। অদিতিয়ে পিন্ধিছে ৰিধি মেহৰাৰ অফিচিয়েল পাৰ্চী সোণৰ স্বৰ্ণ লেহেংগা চেট ।

3 / 7

অভিনেত্ৰী বিপাশা বসুৱে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয়টো গ্ৰেণ্ড বিবাহ অভ্যৰ্থনাত অংশগ্ৰহণ কৰে টোৰানিৰ ক'লা ফুলৰ শাৰী পিন্ধি।

4 / 7

ৰাকুল প্ৰীত সিঙে হাতীদাঁত আৰু ৰূপালী শাৰী পৰিধান কৰি অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থাকে ।

5 / 7

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ অভ্যৰ্থনাত মেড ইন হেভেনৰ অভিনেত্ৰী সোভিতা ধুলিপালাই লেহেংগা পৰিধান কৰিছিল ।

6 / 7

অনন্ত আৰু ৰাধিকাৰ মংগল উৎসৱৰ বাবে আম্বানীৰ ডাঙৰ বোৱাৰী শ্লোকা মেহতাই আবু জানি সোণৰ টোনযুক্ত লেহেংগা পিন্ধিছিল ।

7 / 7

অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ দ্বিতীয় বিয়াৰ অভ্যৰ্থনাত ক’লা আৰু সোণৰ লেহেংগাত দেখা গৈছিল তামন্নাহ ভাটিয়াক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...