‘প্ৰকৃত সত্য উদঙাবলৈ মই শ শ অত্যাচাৰ সহ্য কৰিম!’ কিয় হঠাতে এইদৰে ক’লে দীপিকাই?

সেই কাৰণেই চাগে ৰণবীৰ সিঙৰ লগত থকা প্ৰেম আৰু বিবাহক সদায় গোপন কৰি ৰাখিছিল দীপিকাই। অৱশ্যে ৰণবীৰ কাপুৰৰ সৈতে ব্ৰেকআপৰ পিছত যেতিয়া হতাশ হৈ পৰিছিল, তেতিয়া দীপিকাই নিজৰ মনৰ কথা মুকলিকৈ কয়।

‘প্ৰকৃত সত্য উদঙাবলৈ মই শ শ অত্যাচাৰ সহ্য কৰিম!’ কিয় হঠাতে এইদৰে ক’লে দীপিকাই?
Updated On: 

10 Oct 2025 | 03:09 PM

দীপিকা সদায় এগৰাকী স্পষ্টবাদী নাৰী। ব্যক্তিগত জীৱনটো সদায় একান্ত ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। সেইবাবেই ৰণবীৰ সিঙৰ লগত থকা প্ৰেম আৰু বিবাহক সদায় গোপন কৰি ৰাখিছিল। অৱশ্যে ৰণবীৰ কাপুৰৰ সৈতে ব্ৰেকআপৰ পিছত যেতিয়া অভিনেত্ৰীগৰাকী হতাশ হৈ পৰিছিল, তেতিয়া নিজৰ মনৰ কথা মুকলিকৈ কৈছিল।

দীপিকাৰ বাবে এতিয়া তেওঁৰ স্বামী আৰু পৰিয়ালটোৱেই তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ। বিভিন্ন ধৰণে বুজাই দিছে যে তেওঁ পৰিয়ালৰ স্বাৰ্থত নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিব পাৰে। প্ৰায়ে দীপিকাক লৈ বিভিন্ন চৰ্চা চলি থাকে। দীপিকাক কটাক্ষ কৰা সকলক ক’লে, “মই সদায় বিবাদ, তৰ্ক, বিতৰ্ক ভাল নাপাওঁ। কাৰণ, মই জানো যে যেতিয়া মই সমাজৰ বিৰুদ্ধে কথা ক’ম তেতিয়া সমাজৰ পৰা কথা শুনা যাব। যেতিয়া মই সত্যক পোহৰলৈ আনিম, তেতিয়া সকলোৱে ইয়াক ঢাকি ৰাখিব বিচাৰিব। তাৰ লগে লগে বিভিন্ন কটু যুক্তি, নিৰ্যাতন, আৰু গালি-গালাজ হ’ব। তথাপিও মই এই সকলোবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিওঁ। মই বহুত সহ্য কৰিবলৈ সাজু।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব