অনন্য ৰূপত অভিনেত্ৰী আইমী বৰুৱা, গ্ৰীষ্মকালত আইমীৰ ফেশ্বন অনুসৰণ কৰিব পাৰে... | Can follow Aimee Barua's fashion in summer Assam news - Assam Tv9

অনন্য ৰূপত অভিনেত্ৰী আইমী বৰুৱা, গ্ৰীষ্মকালত আইমীৰ ফেশ্বন অনুসৰণ কৰিব পাৰে…

Updated On: 

11 Jul 2024 | 10:25 PM

অসমৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আইমী বৰুৱা। অভিনেত্ৰীৰ লগতে পৰিচালিকা হিচাপেও আছে আইমীৰ সুকীয়া পৰিচয়। ষ্টাইলিঙকলৈও যথেষ্ঠ সচেতন অভিনেত্ৰীগৰাকী। আপুনিও গ্ৰীষ্মকালত ফেশ্বন টিপছ ল'ব পাৰে অভিনেত্ৰীগৰাকীৰ পৰা...

1 / 5অভিনেত্ৰী আইমী বৰুৱাই নিজৰ সাজ-পোছাকক লৈ যথেষ্ঠ সচেতন। সামাজিক মাধ্যমত নতুন নতুন পোছাকৰ সৈতে ফটো শ্বেয়াৰ কৰি থাকে।

অভিনেত্ৰী আইমী বৰুৱাই নিজৰ সাজ-পোছাকক লৈ যথেষ্ঠ সচেতন। সামাজিক মাধ্যমত নতুন নতুন পোছাকৰ সৈতে ফটো শ্বেয়াৰ কৰি থাকে।

2 / 5

হালধীয়া শাড়ীখনেৰে যথেষ্ঠ আকৰ্ষণীয় দেখিছে আইমী বৰুৱাক। বিবাহ বা অন্য অনুষ্ঠাত পিন্ধিবলৈ উত্তম এনেধৰনৰ শাড়ী।

3 / 5

মুগা ৰঙৰ এই ড্ৰেছটোৰ সতেজ দেখা গৈছে অভিনেত্ৰীগৰাকীক। গৰমৰ দিনত আপুনিও এই পোছাক পিন্ধিব পাৰে।

4 / 5

গুলোপীয়া স্কাৰ্টৰ লগত বগা স্লিভলেচ টপটোত ধুনীয়া দেখিছে আইমীক। গৰমৰ দিনত বন্ধু-বান্ধৱীৰ সৈতে ফুৰিবলৈ যাবলৈ এয়া উত্তম।

5 / 5

বিশেষকৈ গৰম দিনত কপাহী কাপোৰৰ পোছাক বেছি উত্তম। গৰমৰ পৰা পৰিত্ৰান পাবলৈ আইমী বৰুৱাৰ এই পোছাক যথেষ্ঠ আৰামদায়ক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...