জন আব্ৰাহামৰ প্ৰেমত কেটৰিনা, খঙত বিপাশা কৰিলে আচৰিত কাম! তাৰ পিছত…

যিমানেই বয়সীয়াল সিমানেই আকৰ্ষণীয় ! চৰ্চাত বলীউডৰ দুগৰাকী অভিনেত্ৰী বিপাশা বসু আৰু কেটৰিনা কাঈফ। পিছে এই দুগৰাকী আকৰ্ষণীয় নাৰীৰ মাজত সোমাই পৰে সুঠাম শৰীৰৰ যুৱক জন আব্ৰাহাম!তাৰ পিছতে আৰম্ভ হয় কাহিনী...

জন আব্ৰাহামৰ প্ৰেমত কেটৰিনা, খঙত বিপাশা কৰিলে আচৰিত কাম! তাৰ পিছত…

জন আব্ৰাহামৰ প্ৰেমত কেটৰিনা

Published: 

24 Sep 2025 | 01:12 PM

কেটৰিনা আৰু বিকি বলীউডৰ অন্যতম বিখ্যাত যুটি । কেটৰিনা-বিকীৰ প্ৰেমৰ বিষয়ে সকলোতে চৰ্চা চলে। পিছে আজি কেটৰিনা আৰু বিকিৰ কথা নহয়, আজি বলীউডৰ দুগৰাকী হট হিৰোইন বিপাশা বসু আৰু কেটৰিনা কাঈফৰ জীৱনৰ অহা সেই সুঠাম যুৱকজনৰ কথা। একাংশৰ মতে সেয়া আছিল love triangle!

কাহিনী ২০০৮ চনৰ… তেতিয়ালৈকে বিপাশা আৰু জন আব্ৰাহামৰ প্ৰেমৰ সম্পৰ্কত আছিল। ঠিক সেই সময়তে বলীউডত জন আব্ৰাহামে বিপাশাক এৰি কেটৰিনাৰ প্ৰেমত পৰিছে বুলি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে চলমানৰ পৰা আঁতৰি যোৱাৰ পিছত কেটৰিনাৰ সুন্দৰ পেশী থকা যুৱকলৈ আগ্ৰহ বাঢ়ে। ‘নিউয়ৰ্ক’ ছবিখনৰ শ্বুটিংৰ সময়ত জন আৰু কেটৰিনাই প্ৰেমৰ সম্পৰ্ক আছিল বুলি কোৱা হৈছিল।

কেট আৰু জনৰ প্ৰেমৰ উৰাবাতৰিয়ে সকলোকে আচৰিত কৰে। সেই সময়ত বিপাশা বসুৱে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ এই অনুষ্ঠানটোত অংসগ্ৰহণ কৰিছিল। কৰণৰ সৈতে হোৱা কথা-বতৰাত যেতিয়া জন আৰু কেটৰিনাৰ প্ৰেমৰ বিষয়টো আহিল, তেতিয়া বিপাশাই ক’লে, “কেটৰিনা মোৰ বাবে জুনিয়ৰ। মই মাত্ৰ জুনিয়ৰসকলক অভিনন্দন জনাব বিচাৰো। মোৰ আৰু বেছি ক’বলগীয়া নাই। কেটৰিনাই যিয়েই নকৰক কিয়, হয়তো ভালেই কৰিছে। মই যি কৰিছো বা কৰিছো সেয়া মোৰ বাবে ভাল।” সেইদিনা বিপাশাই জনৰ বিষয়টো এৰাই চলিছিল। অৱশ্যে বিপাশাই স্পষ্টকৈ বুজাইছিল যে কেটৰিনাক তেওঁ বৰ ভাল নাপায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...