আজি ‘গোপী বহু’ খ্যাত অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ জন্মদিন, স্বামীয়ে কি দিলে বিশেষ উপহাৰ জানক
যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয়তাৰ শীৰ্ষত থকা দেৱলীনা ভট্টাচাৰ্য। সামাজিক মাধ্যমত প্ৰায়ে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। আজি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ৩৯ বছৰীয়া জন্মদিন উদযাপন কৰে।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5