প্ৰথম বিবাহ বাৰ্ষিকীত স্বামীয়ে কি দিলে অভিনেত্ৰী ৰিম্পী দাসক, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ দিনটোৰ ফটো Assam news - Assam Tv9

প্ৰথম বিবাহ বাৰ্ষিকীত স্বামীয়ে কি দিলে অভিনেত্ৰী ৰিম্পী দাসক, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে বিশেষ দিনটোৰ ফটো

Updated On: 

03 May 2024 | 02:47 PM

এবছৰ পূৰ্বে হাতত হাত ধৰি নতুন জীৱনৰ সংকল্প লৈছিল ৰিম্পী আৰু বিনয়ে। গুৱাহাটীৰ গেমছ ভিলেজত আজিৰ দিনটোত সম্পন্ন হৈছিল বিবাহ অনুষ্ঠান ৷

1 / 5আজি বৈবাহিক জীৱনৰ ১বছৰ সম্পূৰ্ণ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ।

আজি বৈবাহিক জীৱনৰ ১বছৰ সম্পূৰ্ণ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ।

2 / 5

আজিৰ দিনটোতে বিশিষ্ট ব্যৱসায়ী বিনয় তালুকদাৰৰ সৈতে জীৱনৰ নতুন পথত খোজ দিছিল ৰিম্পীয়ে।

3 / 5

এই বিশেষ দিনটোত ৰিম্পী আৰু বিনয়ক শুভেচ্ছাৰে উপচাই পেলাইছে অনুৰাগীৰ লগতে আত্মীয়-স্বজনে।

4 / 5

নিশা কেক কাটি ৰিম্পী দাসে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে Happy 1st Anniversary Love ❤ @bee_n_oy

5 / 5

Another 365 days passed with the blink of an eye & today it still feels like meeting and embracing you for the first time. Happy Anniversary My Wife ❤️

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...