অৰিজিৎ সিঙৰ টকাৰ অভাৱ, হঠাৎ কি হ’ল গায়কজনৰ?

২০১৬ চনত দ্য কপিল শৰ্মা শ্ব’ত উপস্থিত হৈ তেওঁৰ দাড়িৰ বিষয়টোক লৈ ধেমালিৰ মন্তব্য কৰিছিল। অৰিজিতে দাড়ি কাটিবলৈ সময় নাপালে নেকি? এনে মন্তব্যৰ উত্তৰত কণ্ঠশিল্পীগৰাকীয়ে কয় যে, তেওঁ বলীউডত থকা সময়ছোৱাত দাড়ি নাকাটে।

অৰিজিৎ সিঙৰ টকাৰ অভাৱ, হঠাৎ কি হল গায়কজনৰ?

হঠাৎ কি হ'ল গায়কজনৰ?

Published: 

30 Jul 2025 | 04:34 PM

অনুৰাগীৰ মাজত সদায় কৌতুহলৰ সৃষ্টি কৰি আহিছে অৰিজিৎ সিঙে। তেওঁ এতিয়া দেশৰ অন্যতম কণ্ঠশিল্পী। অৰিজিতে সদায় নিজৰ ব্যক্তিগত জীৱনটো লুকুৱাই ৰখাটো পছন্দ কৰে। তথাপিও তেওঁক প্ৰায়ে বিভিন্ন প্ৰশ্ন এৰি চলা দেখা যায়। কেৱল কামৰ লগতে অৰিজিতৰ সংযোগ।

কামৰ বাবে মাজে মাজে কেমেৰাৰ সন্মুখলৈ আহে কণ্ঠশিল্পীগৰাকী। অৱশ্যে তেওঁ দৰ্শকৰ সৈতে বিশেষ যোগাযোগ নকৰে। শেহতীয়াকৈ তেওঁ নিজৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰ জি কৰ কেলেংকাৰীক লৈ সৰৱ হৈছে। কিছুদিনৰ পৰা তেওঁ ছ’চিয়েল ইছ্যুৰ বিষয়ে মুকলিকৈ ক’বলৈ আৰম্ভ কৰিছে।

২০১৬ চনত দ্য কপিল শৰ্মা শ্ব’ত উপস্থিত হৈ তেওঁৰ দাড়িৰ বিষয়টোক লৈ ধেমালিৰ মন্তব্য কৰিছিল। অৰিজিতে দাড়ি কাটিবলৈ সময় নাপালে নেকি? এনে মন্তব্যৰ উত্তৰত কণ্ঠশিল্পীগৰাকীয়ে কয় যে, তেওঁ বলীউডত থকা সময়ছোৱাত দাড়ি নাকাটে।

অৰিজিৎ সিঙে ধেমালিতে কয় যে, খৰচ বেছি। সেইবাবেই তেওঁ বলীউডলৈ যোৱাৰ সময়ত দাড়ি কটাৰ পৰা বিৰত আছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...