অক্ষয়ে সেৱন কৰে গো-মূত্ৰ, ফিটনেছ বজাই ৰাখিবলৈ আচৰিত চেষ্টা!

অক্ষয়ে নিজৰ জীৱনশৈলী সম্পূৰ্ণৰূপে সলনি কৰিছে, ৰাতি ৯:৩০ বজাত শুৱে। কেৱল সেয়াই নহয়, অক্ষয়ক বলীউডৰ কোনো পাৰ্টিত দেখা নাযায়। কিন্তু ইয়াতেই শেষ নহয়। অক্ষয়ে নিজৰ ফিটনেছৰ বাবে প্ৰতিদিনে কি সেৱন কৰে শুনিলে আপুনি আচৰিত হ’ব।

অক্ষয়ে সেৱন কৰে গো-মূত্ৰ, ফিটনেছ বজাই ৰাখিবলৈ আচৰিত চেষ্টা!

অক্ষয়ে সেৱন কৰে গো-মূত্ৰ

Updated On: 

07 Nov 2025 | 02:09 PM

অক্ষয় হৈছে বলীউডৰ খিলাড়ী কুমাৰ। ৫৮ বছৰ বয়সতো তেওঁ নিজৰ ফিটনেছৰ দ্বাৰা নতুন প্ৰজন্মৰ নায়কক পৰাস্ত কৰিব পাৰে। ৰাতিপুৱা ৫ বজাত সাৰ পাই নিশা ৯:৩০ বজাত শুৱে। কেৱল সেয়াই নহয়, অক্ষয়ক বলীউডৰ কোনো পাৰ্টিত দেখা নাযায়। কিন্তু ইয়াতেই শেষ নহয়, অক্ষয়ে নিজৰ ফিটনেছৰ বাবে প্ৰতিদিনে কি সেৱন কৰে, শুনি আচৰিত হ’ব। অক্ষয়ে নিজৰ ফিটনেছ বজাই ৰাখিবলৈ প্ৰতিদিনে গৰুৰ প্ৰস্ৰাৱ সেৱন কৰে!

বহু বছৰৰ আগতে ৱাইল্ডলাইফ এডভেঞ্চাৰৰ বিয়াৰ গ্ৰীলছৰ সৈতে ছ’চিয়েল মিডিয়াত লাইভ সম্প্ৰচাৰত এই কথাই প্ৰকাশ কৰিছিল। অক্ষয়ৰ এই বক্তব্য পুনৰ ভাইৰেল হৈছে।

খিলাদি কুমাৰে কি ক’লে?

শ্বুটিং কৰি থকাৰ সময়তে অক্ষয়ে বিয়াৰৰ কথাত হাতীৰ গোবৰেৰে তৈয়াৰী চাহ খাবলৈ বাধ্য হয়। চাহৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়াৰ বিষয়ে সোধাত অক্ষয়ে হুমা কুৰেশীক কয় যে, “মোৰ কোনো সমস্যা নাছিল। আচলতে মই নিয়মিতভাৱে গৰুৰ প্ৰস্ৰাৱ সেৱন কৰো। গতিকে, হাতীৰ গোবৰ মিহলি চাহ খাবলৈ মোৰ কোনো সমস্যা হোৱা নাছিল।”

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...