ফেশ্বনেবল লুকত অভিনেত্ৰী সোণাক্ষী সিনহা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো | actress sonakshi sinha in a fashionable look Assam news - Assam Tv9

ফেশ্বনেবল লুকত অভিনেত্ৰী সোণাক্ষী সিনহা, সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

Edited By: 

Azeem Tamboli | Updated On: 12 Jul 2024 | 05:02 PM

বলীউদৰ মোহময়ী অভিনেত্ৰীৰ ভিতৰত অন্য়তম সোণাক্ষী সিনহা। প্ৰায়ে সামাজিক মাধ্যমত চৰ্চাত থাকে অভিনেত্ৰীগৰাকী। সামাজিক মাধ্যমত আছে বহু হাজাৰ অনুৰাগী।

1 / 5

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম সোণাক্ষী সিনহা।

2 / 5

২৩ জুনত বিশেষ বিবাহ আইনৰ অধীনত সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ হয়।

3 / 5

নিজৰ ফেশ্বনেবল লুকৰ বাবে সদায় চৰ্চাত থাকে সোণাক্ষী।

4 / 5

সোণাক্ষীৰ অভিনয়ে নহয় অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ ব্যৱহাৰো যথেষ্ঠ পছন্দ কৰে।

5 / 5

ক'লা কাপোৰযোৰত সোণাক্ষীক আকৰ্ষণীয় দেখা গৈছে। অফিচৰ বাবে এই লুক আপুনিও অনুসৰন কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...