Ravi Sarma: কেনে আছে ৰবি শৰ্মা? ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাজন | Actor Ravi Sharma injured while shooting for the film Assam news - Assam Tv9

Ravi Sarma: কেনে আছে ৰবি শৰ্মা? ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আঘাতপ্ৰাপ্ত হয় অভিনেতাজন

Published: 

29 Jul 2024 | 10:28 PM

'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণত অঘটন! বিস্ফোৰণৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত অভিনেতা ৰবি শৰ্মা। বৰ্তমান কি স্বাস্থ্যৰ অৱস্থা জানো আহক...

1 / 5অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। অভিনয়ৰ লগতে ব্যক্তিত্বৰ বাবে চৰ্চাত থাকে অভিনেতাজনে।

অসমীয়া চলচ্চিত্ৰ জগতৰ এজন জনপ্ৰিয় অভিনেতা। অভিনয়ৰ লগতে ব্যক্তিত্বৰ বাবে চৰ্চাত থাকে অভিনেতাজনে।

2 / 5

শ্ৰীৰঘুপতিৰ জনপ্ৰিয়তাৰ পিছত আৰু দুগুন জনপ্ৰিয়তা বাঢ়িছে ৰবি শৰ্মাৰ।

3 / 5

আজি তেওঁৰ আহিবলগীয়া ছবিৰুদ্ৰ ছবিৰ শ্বুটিংস্থলীত আঘাতপ্ৰাপ্ত হয়। শ্বুটিঙৰ সময়তে মুখমণ্ডলত আঘাত পাইছিল অভিনেতাজনে।

4 / 5

ততাতৈয়াকৈ দিছপুৰ GNRC হাস্পতালত ভৰ্তি কৰোৱা হয় অভিনেতাজনক। প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে যাবলৈ দিয়ে ৰবি শৰ্মাক।

5 / 5

তথ্যনুসৰি পুনৰ কাহিলীপাৰাৰ শ্বুটিং স্থলীলৈ ৰাওনা হয় অভিনেতাজনে। অনুৰাগী-শুভাকাংক্ষীসকলক বিশেষ চিন্তা নকৰিবলৈ আহ্বান জনাই ৰবি শৰ্মাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...