দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

আজি ২৯ আগষ্ট। বহু ঘটনা পৰিঘটনাৰ বাবে আজি দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। পলকতে পঢ়ক দিনটোৰ ইতিহাস।

দেশ আৰু বিশ্বৰ ইতিহাসত আজিৰ দিনটো…পলকতে চাওক

দিনটোৰ ইতিহাস

Published: 

29 Aug 2025 09:57 AM

আজি ২৯ আগষ্ট । আজিৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। দেশ আৰু বিশ্বৰ ইতিহাসত এই দিনটোত অৰ্থাৎ ২৯ আগষ্টত কি কি বিশেষ ঘটনা সংঘটিত হৈছিল জানোঁ আহক।

দিনটোৰ ইতিহাস

১৮৯৮ চনত গুডইয়াৰ টায়াৰ কোম্পানী স্থাপন কৰা হয়।

১৯০৫ চনত ভাৰতীয় কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম হয়। তেওঁক যাক বহুলভাৱে ক্ৰীড়াৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। তেওঁৰ জন্মদিনটো ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়।

১৯৩২ চনত আমষ্টাৰডামত আন্তৰ্জাতিক যুদ্ধ প্ৰতিৰোধ সমিতি গঠন কৰা হয়।

১৯৫৩ চনত ৰাছিয়াই প্ৰথম হাইড্ৰজেন বোমা বিস্ফোৰণ কৰে।

১৯৭৬ চনত বাংলাদেশৰ ঢাকাত ভাৰতৰ বিখ্যাত কবি কাজী নজৰুল ইছলামৰ মৃত্যু হয়।

২০১৪ চনত গান্ধী ছবিৰ বাবে অস্কাৰ বিজয়ী পৰিচালক ৰিচাৰ্ড এটেনবৰোৰ মৃত্যু হয়।

কিডনী ষ্টোনৰ সৈতে যুঁজি আছে নেকি ? কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি ? ঘৰুৱা উপায় জানক
কোষ্ঠকাঠিন্যৰ পৰা বমি বন্ধ কৰালৈকে, নহৰু খালে এইবোৰ সমস্যাৰ পৰা পাব উপশম...
ঘৰৰ এইসমূহ স্থানত নাৰাখিব পূৰ্বপুৰুষৰ ফটো! হ'ব অমংগল...
বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ! সাৱধান হৈ থাকিব এই ৰাশিৰ লোক...