1 Sept 2025
TV9 ASSAM
বছৰৰ দ্বিতীয় তথা শেষৰটো চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰত হ'ব। এই গ্ৰহণ ভাৰতত দৃশ্যমান হব। যাৰ বাবে সূতক কালৰ মান্যতা ভাৰতত থাকিব।
এইবাৰ শেষৰটো চন্দ্ৰগ্ৰহণত পিতৃ পক্ষৰ সংযোগ হ'ব। লগতে এই দিনটোৰ চন্দ্ৰগ্ৰহণ ৰঙা ৰঙৰ হ'ব। যাৰ ব্লাড মুন বুলি কোৱা হয়।
তথ্য অনুসৰি, চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্ব নিশা ৯.৫৮ বজাত আৰম্ভ হৈ মাজনিশা ১.২৬ মিনিটক শেষ হব। ইয়াৰ মুঠ সময় ৩ ঘন্টা ২৮ মিনিট হ'ব।
এই চন্দ্ৰগ্ৰহণ কুম্ভ ৰাশি আৰু পূৰ্বভাদ্ৰপদ নক্ষত্ৰত হ'ব। যাৰ বাবে এই গ্ৰহণৰ প্ৰভাৱ কিছু ৰাশিৰ ওপৰত পৰিব। এই ৰাশিৰ লোক সাৱধান হৈ থকা ভাল।
এই ৰাশিৰ দাম্পত্য জীৱনত গুৰুত্ব দিয়া উচিত। এই সময়চোৱাত ধনৰ লেনদেন নকৰিব। বিনিয়োগ কৰাত সাৱধান হ'ব। স্বাস্থ্যত গুৰুত্ব দিয়া উচিত। অন্য ক্ষেত্ৰ ঠিক থাকিব।
ঘৰত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। মানসিক অশান্তি বৃদ্ধি পাব পাৰে। বিবাদৰ পৰা আঁতৰি থাকক। মনটো ইতিবাচক কৰি ৰখাৰ চেষ্টা কৰক।
এই ৰাশিৰ বাবে সাৱধান হৈ থকা ভাল। শাৰীৰিক দিশটোত গুৰুত্ব দিয়া উচিত। কথা কওতে সাৱধান হ'ব। কোনো ৰোগত পৰিব পাৰে। অন্য ক্ষেত্ৰ ঠিক থাকিব।
পঢ়িবলৈ ক্লিক কৰক